ETV Bharat / state

কৰিমগঞ্জৰ অবৈধ গৰু বজাৰত নিষেধাজ্ঞা

কৰিমগঞ্জ জিলা পৰিষদৰ নিয়ন্ত্ৰণত থকা গান্ধাৰ বজাৰত তদন্ত চলাই গৰু ক্ৰয় বিক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে জিলা পৰিষদৰ সঞ্চালক অমলেন্দু দে'ই

author img

By

Published : Aug 3, 2019, 11:27 AM IST

কৰিমগঞ্জৰ অবৈধ গৰু বজাৰত নিষেধাজ্ঞা

কৰিমগঞ্জ, 3 আগষ্ট : দেশৰ সৰ্বোচ্চ ন্যায়লয়ক বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জ জিলাৰ আন্তৰ্জাতিক সীমান্তৰ চাৰিৰ পৰা পাঁচ কিলোমিটাৰ নিলগত বহে অবৈধ গৰুৰ বজাৰ। এনে এখন বজাৰ হৈছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাই বজাৰ ৷ অবৈধভাৱে চলি থকা সেই বজাৰখনৰ ওপৰত কিছুদিন পূৰ্বে ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পিছত অৱশেষত গা লৰিল প্ৰশাসনৰ। কৰিমগঞ্জ জিলা পৰিষদে নিয়ন্ত্ৰণ কৰি অহা এই বজাৰখনত গৈ শুকুৰবাৰে তদন্ত চলাই গৰু ক্ৰয় বিক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে জিলা পৰিষদৰ সঞ্চালক অমলেন্দু দে'ই ৷ কিন্তু গান্ধাই বজাৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও কৰিমগঞ্জ জিলাৰ আৰু কেইবাখনো বজাৰত এতিয়াও চলি আছে অবৈধ গৰুৰ মুক্ত বজাৰ ৷

Intro:Body:SLUG : CATTLE MARKET CLOSED.

দেশৰ সৰ্বোচ্চ আদালতক বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জ জিলাৰ  আন্তৰ্জাতিক সীমান্তৰ চাৰিৰ পৰা পাঁচ কিলোমিটাৰ নিলগত বহে অবৈধ গৰুৰ বজাৰ । আৰু এনে এখন বজাৰ আছিল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাই বজাৰ । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতো  যি বজাৰখনত অবৈধ ভাৱে চলিছিল গৰুৰ বেপাৰ । যোৱা কিছুদিন পূৰ্বে এই বজাৰখনত চলিছিল আমাৰ ষ্ট্ৰিং অপাৰেচন । অবৈধভাৱে চলি থকা সেই বজাৰখনৰ বাতৰি সম্প্ৰচাৰৰ পিছত অবশেষত গা লৰিল প্ৰশাসনৰ । কৰিমগঞ্জ জিলা পৰিষদে নিয়ন্ত্ৰণ কৰি অহা এই বজাৰখনত গৈ শুকুৰবাৰে তদন্ত চলাই জিলা পৰিষদৰ C.E.O অমলেন্দু দে । আৰু এই বজাৰখনত অবৈধ ভাৱে গৰু ক্ৰয় বিক্ৰয়ৰ বিপৰত নিষেদাজ্ঞা জাৰী কৰে । অবশ্যে গান্ধাই বজাৰত এই নিষেদাজ্ঞা জাৰি কৰা হৈছে যদিও কৰিমগঞ্জ জিলাৰ আৰু কেবাটাও বজাৰত এতিয়াও চলি আছে অবৈধ গৰুৰ বজাৰ ।

Byte : C.E.O 

আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.