ETV Bharat / state

ব্যতিক্ৰমী ৰূপত বদৰপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস - Foundation day

প্ৰতিজন হেমলেট বিহীন বাইক চালকক এডালকৈ ফুলৰ মালা পিন্ধাই তেওঁলোকক হেমলেট ব্যৱহাৰৰ আহ্বান জনাই সাংবাদিক সকলে ।

ব্যতিক্ৰমী ৰূপত ৰবদৰপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : Aug 6, 2019, 7:43 AM IST

বদৰপুৰ, ৬ আগষ্ট: দহ বছৰৰ সম্পুৰ্ণ কৰিলে বদৰপুৰ প্ৰেছ ক্লাৱে । সোমবাৰে না-না অনুষ্ঠানৰ মাজৰে প্ৰেছ ক্লাৱত প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে সাংবাদিক সকলে । উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংবাদিক সকলে উদযাপন কৰে পথ সুৰক্ষাৰ এক বিশেষ অভিযান । বদৰপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিজন হেমলেট বিহীন বাইক চালকক এডালকৈ ফুলৰ মালা পিন্ধাই তেওঁ লোকক হেমলেট ব্যৱহাৰৰ আহ্বান জনাই সাংবাদিক সকলে । ইয়াৰ পাছতে বদৰপুৰৰ মাজত থকা এটা মোগল আমলৰ ঐতিহাসিক দুৰ্গত চাফাই অভিযানো চলাই সাংবাদিক সকলে । ইয়াৰ পাছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত ভাগ লয় বদৰপুৰ সাংস্কৃতিক মঞ্চৰ কণমানি শিশু সকলে ।

ব্যতিক্ৰমী ৰূপত ৰবদৰপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস

উল্লেখ্য বদৰপুৰ প্ৰেছ ক্লাৱে প্ৰতিবছৰে এনেদৰেই কিছু ব্যতিক্ৰমী ৰূপত উদযাপন কৰি আহিছে প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস । যাৰ বাবে বদৰপুৰ প্ৰেছ ক্লাৱৰ পদক্ষেপক প্ৰশংসা কৰিছে বদৰপুৰৰ একাংশ সচেতন ৰাইজে ।

Intro:ৱদৰপুৰ প্ৰেস ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন Body:ৱদৰপুৰ:-নানা অনুষ্ঠানৰ মাজত ৱদৰপুৰ প্ৰেস ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আজি ৱদৰপুৰ প্ৰেস ক্লাৱৰ দহ বছৰৰ পুৰা হল।আজি প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানৰ প্ৰথমতে আছিল সড়ক সুৰক্ষাৰ বাবে ৱদৰপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতি জন হেমলেট বিহীন ৱাইক চালকক এটা ফুলৰ মালা পিন্ধাই তেওঁ লোকক হেমলেট ব্যবহাৰৰ আহ্বান জনাই আৰু সিট ব্যাল্ট ব্যাবহাৰ নকৰাকৈ গাড়ীৰ চালকক এটা চকলেট দি ব্যাল্ট পিন্ধিবলৈ আহ্বান জনাইছে। পিছত ৱদৰপুৰৰ মাজত থকা এটা মোগল আমলৰ ঐতিহাসিক দূৰ্গ সাংবাদিক সকলে লগতে ৱদৰপুৰৰ ৱেসৰকাৰি ৱিদ্যালয় আল ইসলাহ একাডেমিৰ ছাত্ৰ ছাত্ৰী শিক্ষক সাফাই অভিযানত ভাগ ললে। বিয়লি চাৰি বজাত ঐতিহাসিক দূৰ্গৰ ভীতৰত আৰম্ভ হয় সাংস্কৃতিক অনুষ্ঠান । ইয়াত ভাগ ললে ৱদৰপুৰ সাংস্কৃতিক মঞ্চৰ কণমানি শিশু সকলে । উল্লেখ্য ৱদৰপুৰ প্ৰেস ক্লাৱ প্ৰতি বছৰে এনেদৰেই কিছু ব্যতিক্ৰমী ভাৱে প্ৰেস ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে তাৰ ভাৱে ৱদৰপুৰৰ সচেতন ৰাইজৰ ৱদৰপুৰ প্ৰেস ক্লাৱৰ প্ৰশংসা কৰিলে ।

।স্বপ্নজিৎ নাথৰ ই টিভি ভাৰতৰ অসম।Conclusion:ৱদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্ট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.