ETV Bharat / state

চাৰিদিন ধৰি অচল শিলচৰৰ অসম বিশ্ববিদ্যালয় - প্ৰধান প্ৰবেশদ্বাৰৰ সম্মুখত দুৱাৰ বন্ধ

সোমবাৰৰ পৰা আৰম্ভ হোৱা ছাত্ৰসকলৰ এই প্ৰতিবাদৰ ফলতেই অচল হৈ পৰে বিশ্ববিদ্যালয়খন ৷ বিশ্ববিদ্যলয়ৰ প্ৰধান প্ৰৱেশদ্বাৰৰ সম্মুখত দুৱাৰ বন্ধ কৰি অনশনত বহি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

assam-univercity-silchar-protest
চাৰিদিন ধৰি অচল শিলচৰৰ আসাম বিশ্ববিদ্যালয়
author img

By

Published : Feb 13, 2020, 4:40 PM IST

শিলচৰ, 13 ফেব্ৰুৱাৰীঃ চাৰিদিন ধৰি অচল শিলচৰৰ অসম বিশ্ববিদ্যালয় ৷ ছাত্ৰ সংসদৰ প্ৰতিবাদৰ ফলত অচল অচল হৈ পৰিছে বিশ্ববিদ্যলয়খন ৷ বিশ্ববিদ্যলয়ৰ প্ৰধান প্ৰৱেশদ্বাৰৰ সম্মুখত দুৱাৰ বন্ধ কৰি অনশনত নামি পৰিছে ছাত্ৰসকল ৷ মিলন দাস নামৰ গৱেষক ছাত্ৰ এজনক বহিস্কাৰ কৰাৰ বাবেই আৰম্ভ হৈছিল এই প্ৰতিবাদ ৷ প্ৰতিবাদী ছাত্ৰ সকলৰ অভিযোগ প্ৰৰোচনামূলক ভাৱে আৰু সম্পূৰ্ণ অনৈতিকভাৱে বহিস্কাৰ কৰিছিল ছাত্ৰজনক ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে অসম বিশ্ববিদ্যালয় ৷

প্ৰবেশদ্বাৰৰ সম্মুখত দুৱাৰ বন্ধ কৰি অনশণত নামি পৰিছে ছাত্ৰ সকল

লগতে পঢ়কঃ এডভান্টেজ অসমৰ চমকঃ বাইহাটাত একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.