কৰিমগঞ্জ, 7 মেঃ অসম ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ পিয়াৰীচৰা চাহবাগিচাত এটা নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে পিয়াৰীচৰা বাগিচাখনৰ 21নম্বৰ চেকচনত বাগিচাত পাত সংগ্ৰহ কৰিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহটো। ইয়াৰোপৰি নৱজাতকটোৰ মৃতদেহটো তিনি চাৰিদিন পূৰ্বৰ বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ত্ৰিপুৰাৰ কদমতলা আৰক্ষী। বৰ্তমানো অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷
ত্ৰিপুৰাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - ত্ৰিপুৰা
পিয়াৰীচৰা বাগিচাখনৰ 21 নম্বৰ চেকচন বাগিচাত পাত সংগ্ৰহ কৰিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে এটি নৱজাতকৰ মৃতদেহ
কৰিমগঞ্জ, 7 মেঃ অসম ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ পিয়াৰীচৰা চাহবাগিচাত এটা নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে পিয়াৰীচৰা বাগিচাখনৰ 21নম্বৰ চেকচনত বাগিচাত পাত সংগ্ৰহ কৰিবলৈ যোৱা শ্ৰমিকে প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহটো। ইয়াৰোপৰি নৱজাতকটোৰ মৃতদেহটো তিনি চাৰিদিন পূৰ্বৰ বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ত্ৰিপুৰাৰ কদমতলা আৰক্ষী। বৰ্তমানো অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷
অসম ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ পিয়াৰীচৰা চা বাগিচাত নবজাতকৰ মৃতদেহ উদ্ধাৰ।
বাগিচাখনৰ 21 নম্বৰ চেকচনত উদ্ধাৰ হৈছে মৃতদেহখন।বাগিচাত পাত সংগ্ৰহ কৰিবলৈ যোৱা শ্ৰমিকে হঠাৎ দেখিবলৈ পায় মৃতদেহখন।মৃতদেহখন তিনি চাৰিদিন পূৰ্বৰ বুলি ধাৰণা স্থানীয় ৰাইজৰ।ঘটনাস্থলীত উপস্থিত হৈছে ত্ৰিপুৰাৰ কদমতলা আৰক্ষী।Conclusion:আৰক্ষীৰ তদন্তত কি হয় এয়া হব লক্ষ্যণীয়