ETV Bharat / state

কৰিমগঞ্জলৈ আহিব বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস - Ranjit Das

23 বছৰৰ অন্তত কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী জয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ কৰিমগঞ্জৰ বিজেপি কৰ্মী সকল । কাইলৈ হ'ব লগীয়া বিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ বিজয় উৎসৱত উপস্থিত থাকিব ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।

কৰিমগঞ্জলৈ  আহিব বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস
author img

By

Published : May 23, 2019, 7:58 PM IST

কৰিমগঞ্জ, ২৩ মেঃ কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ বিজয় উৎসৱত উপস্থিত থাকিব বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।

কৰিমগঞ্জ এক নং তপশিলি সংৰক্ষিত লোকসভা আসনত বিজেপি প্ৰাৰ্থী কৃপানাথ মালা বিজয়ী হোৱাৰ পিছত কৰিমগঞ্জৰ প্ৰান্তে প্ৰান্তে বিজেপি সমৰ্থক সকল উৎফুলিত হৈ পৰিছে । উল্লেখ্য যে, 23 বছৰৰ অন্তত কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী জয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ কৰিমগঞ্জৰ বিজেপি কৰ্মী সকল । কাইলৈ হ'ব লগীয়া বিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ বিজয় উৎসৱত উপস্থিত থাকিব ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।

Intro:কৰিমগঞ্জৰ ৱিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ ৱিজয় মিছিলত কালি কৰিমগঞ্জত আহিৱ ৱিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।Body:ৱদৰপুৰ: : কৰিমগঞ্জ এক নং তপশিলি সংৰক্ষিত লোকসভা আসনত ৱিজেপি প্ৰাৰ্থী কৃপানাথ মালা ৱিজয়ী হোৱাৰ পিছত কৰিমগঞ্জৰ প্ৰান্তে প্ৰান্তে ৱিজেপি সমৰ্থক উৎফুলিত হৈ উঠিছে ।উল্লেখ্য দীৰ্ঘ 23 ৱছৰ পাছত কৰিমগঞ্জত ৱিজেপি জয়ী হওয়াত খুশিৰ হাওয়া ৱহিছে। জানিব পৰা গৈছে ওহা কালি কৰিমগঞ্জত কৃপানাথ মালা ৰ ৱিজয় মিছিলত ভাগ লৱ আহি ৰঞ্জিত দাস ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.