ETV Bharat / state

এডাল বাঁহেৰে ছীল কৰা এটা সীমান্ত...

author img

By

Published : Mar 28, 2020, 8:44 PM IST

কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ ভেটাইৰবন্দৰ অসম মিজোৰাম সীমান্ত এই পৰ্যন্ত নাই কোনো ধৰণৰ স্ক্ৰীনিঙৰ ব্যৱস্থা ৷ ইয়াৰোপৰি এজন আৰক্ষী আৰু এডাল বাঁহেৰে কৰা হৈছে সীমান্ত ছীল ৷

assam mizoram border sealed by a bamboo
বাঁহেৰে ছীল কৰা এটা সীমা

ভেটাইৰবন্দ, 28 মাৰ্চঃ এজন আৰক্ষী আৰু এডাল বাঁহেৰে কৰা হৈছে সীমান্ত ছীল ৷ কেৱল এয়াই নহয়,তাতোকৈ বিপজ্জনক বিষয়টো হ'ল সীমান্তত নাই কোনো ধৰণৰ স্ক্ৰীনিঙৰ ব্যৱস্থা ৷ স্ক্ৰীনিং অবিহনেই শ শ লোক সোমাইছে অসমৰ মাটিত ৷ এইয়া কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ ভেটাইৰবন্দৰ অসম মিজোৰাম সীমান্ত ৷ অভিযোগ অনুসৰি এইটো সীমান্তৰেই এতিয়া অসমত প্ৰৱেশ কৰিছে মিজোৰামত কৰ্মসূত্ৰে থকা কেইবাগৰাকীও লোক ৷ কিন্তু এই পৰ্যন্ত এই সীমান্তত ব্যৱস্থা কৰা হোৱা নাই স্ক্ৰীনিঙৰ ৷

এডাল বাঁহেৰে ছীল কৰা এটা সীমান্ত...

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ : শিৱসাগৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.