ETV Bharat / state

লঙ্গাই নৈত গা ধুবলৈ গৈ কিশোৰীৰ সলিল সমাধি

বৃহস্পতিবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ বুলি যায় কিন্তু দুৰ্ভাগ্যক্ৰমে ভৰি পিচলি নৈত পৰে কিশোৰীগৰাকী ৷ স্থানীয় লোকৰ বহু চেষ্টাৰ পিচতো সন্ধান উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ৷

লঙ্গাই নৈত গা ধুবলৈ গৈ কিশোৰীৰ মৃত্যু
author img

By

Published : May 24, 2019, 2:16 AM IST

পাথাৰকান্দি, 24 মেঃ এক কৰুণ ঘটনায় শোকাকুল কৰি তুলিছে কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াৰপোয়া অঞ্চল ৷ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে লোয়াৰপোয়া অঞ্চলৰ খুচবু তেওৰিয়া নামৰ এগৰাকী কিশোৰীৰ ৷

বৃহস্পতিবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ যায় ৷ দুৰ্ভাগ্যক্ৰমে ভৰি পিচলি নৈত পৰে কিশোৰীগৰাকী ৷ বহু চেষ্টাৰ কৰিও স্থানীয় লোকে সন্ধান উলিয়াব নোৱাৰে কিশোৰীগৰাকীৰ৷

লঙ্গাই নৈত গা ধুবলৈ গৈ কিশোৰীৰ মৃত্যু

পৰৱৰ্তী সময়ত আৰক্ষী তথা এচডিআৰএফ বাহিনীয়ে কিশোৰীগৰাকীক বিছাৰি যুটিয়া অভিযান চলাই যদিও বৰ্তমানলৈ সফল হোৱা নাই আৰক্ষী তথা এচডিআৰএফ বাহিনী৷

Intro:Body:SLUG-DEATH INCIDENT PATHERKANDI

এক কৰুণ ঘটনায় চাৰিফালে কন্দোনৰ ৰোল বৈছে। লঙ্গাই নৈত গা ধুবলৈ গৈ সলিল সমাধি খুসবু তেওয়াৰি নামৰ ১৪ বছৰীয়া এক ছোয়ালিৰ । বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াৰপোয়াত সংঘঠিত হৈছে এই ঘটনা। যোয়াকালি তিনি ভাই- ভগ্নী ক্ৰমে খুসবু তেওয়ারি প্রতিভা তেওয়ারি আৰু প্রশান্ত তেওয়াৰি লঙ্গাই নৈত গা ধুবলৈ গৈছিল। তেনে সময়তে দুৰ্ভাগ্যক্ৰমে বৰি পিছল খাই নৈত পৰি সলিল সমাধি ঘটিল খুসবু তেওয়াৰি । লগে লগে দুই ভাই ভগ্নী প্রতিভা তেওয়ারি আৰু প্রশান্ত তেওয়াৰি ঘৰত আহি খবৰ জনোয়াৰ পিছত স্থানীয় লােকে ছোয়ালিজনিক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও বিফল হয়। আজি স্থানীয় ৰাইজ, আৰক্ষী তথা এচডিআৰএফৰ অভিযানতও সফল নহল এতিয়ালৈকে মৃতদেহ উদ্ধার কৰাত ব্যর্থ হৈছে এচডিআৰএফ বাহীনি । ঘটনাৰ খবৰ লাভ কৰি লঙ্গাই নৈৰ দুইকাষে ভীৰ কৰে অগণন জনতা। আত্মীয় লোকৰ কান্দোণৰ ৰোল উঠে নৈৰ পাৰত। ঘটনাক লৈ বৃহত্তৰ অঞ্চটোত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ।
SANJIT KAIRI PATHERKANDIConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.