ETV Bharat / state

সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত মান্তি নহয় মিজোৰাম

author img

By

Published : Nov 13, 2020, 11:40 AM IST

কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত এতিয়াও মান্তি হোৱা নাই মিজোৰাম ৷ সীমান্তৰ পৰা মিজোৰামৰ আইআৰপি বেটেলিয়ান উঠাই সীমান্তত কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী মোতায়েনৰ বাবে নিদেৰ্শনা জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷

assa-mizo-border
সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত মান্তি নহয় মিজোৰাম

কৰিমগঞ্জ, 13 নৱেম্বৰঃ শিলচৰৰ পিছত এইবাৰ কৰিমগঞ্জৰ মেদলিচৰা সীমান্তয়ে অসমৰ পৰা মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰী আদান প্ৰদান কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে । তথাপিও কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত এতিয়াও মান্তি হোৱা নাই মিজোৰাম ৷

উল্লেখ্য যে, সীমান্তৰ পৰা মিজোৰামৰ আইআৰপি বেটেলিয়ান উঠাই সীমান্তত কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী মোতায়েনৰ বাবে নিদেৰ্শনা জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ বিপৰীতে নিদেৰ্শনা অনুযায়ী অসম চৰকাৰে 24 আইআৰবিএন উঠাই ইতিমধ্যে সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী এছএছবি মোতায়েন কৰিছে ।

তদুপৰি সাংবাদিকৰ এটা দল সীমান্তত মিজোৰাম আৰক্ষীৰ প্ৰতিক্ৰিয়া জনাৰ বাবে আগুৱাই গৈছিল যদিও মিজোৰামৰ আইআৰপি বেটেলিয়ানে প্ৰৱেশত বাধা প্ৰদান কৰে ৷ ইয়াৰ সমান্তৰালভাৱে মিজোৰামৰ আইআৰপি বেটেলিয়ানে উদ্ভত আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃআজিৰ দিনটোৰ কেইটামান বিশেষ কাৰ্যসূচী থোৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.