ETV Bharat / state

কৰিমগঞ্জত চাকৰিৰ পৰা নিলম্বিত আৰক্ষী বিষয়া

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা পাথাৰকান্দি থানাধীন দোহালিয়া অঞ্চলৰ মলয় দাস নামৰ এগৰাকী ব্যক্তিক ধন দাবী কৰিছিল আৰক্ষী বিষয়া জনে ।

নিলম্বিত এগৰাকী আৰক্ষী বিষয়া
author img

By

Published : Aug 28, 2019, 2:35 PM IST

Updated : Aug 28, 2019, 2:46 PM IST

কৰিমগঞ্জ, 28 আগষ্টঃকৰিমগঞ্জত চাকৰিৰ পৰা নিলম্বিত হ'ল এগৰাকী আৰক্ষী বিষয়া ৷ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হয় আৰক্ষী বিষয়া ৰহিম উদ্দীন বৰভূঞা৷

সহকাৰী উপপৰিদৰ্শক বৰভূঞাই কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাত কৰ্মৰত আছিল। অভিযোগ অনুসৰি এটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাথাৰকান্দি থানাৰ অধীন দোহালিয়া অঞ্চলৰ মলয় দাস নামৰ এগৰাকী ব্যক্তিক ধন দাবী কৰিছিল আৰক্ষী বিষয়া জনে । ইয়াৰ পাচতে মলয় দাসে বৰভূঞাৰ বিৰুদ্ধে পাথাৰকান্দি আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ধন দাবী কৰা সন্দৰ্ভত তদন্ত কৰা হয় আৰু আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে ৰহিম উদ্দিন বৰভূঞাক নিলম্বিত কৰে। বৰ্তমান বৰভূঞা অসুস্থ হৈ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন৷

Intro:চাকুৰীৰ পৰা নিলম্ভিত এগৰাকী আৰক্ষী বিষয়া।Body:উৎকোচ লোৱাৰ অভিযোগত চাকুৰিৰ পৰা নিলম্বিত এগৰাকী আৰক্ষী বিষয়া।
এএছআই বিষয়া ৰহিম উদ্দীন ৰৰভূঁইয়া কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাত কৰ্মৰত আছিল।
এটা দুৰ্ঘটনাত গুৰুতৰ আহত পাথাৰকান্দি থানাধীন দোহালিয়া অঞ্চলৰ মলয় দাস নামৰ এগৰাকী ব্যক্তিক ধন দাবী কৰিছিল এইজন আৰক্ষী বিষয়ায়।পিছে আহত মলয় দাসে এএছআই ৰহিম উদ্দিন বৰভুইয়াৰ বিৰুদ্ধে পাথাৰকান্দি আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছিল।মামলাৰ নম্বৰ 429/19।পিচে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ধন দাবী কৰা সন্ধৰ্বত তদন্ত কৰা হয় আৰু আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে ৰহিম উদ্দিন বৰভূঁইয়াক নিলম্বিত কৰে।Conclusion:বৰ্তমান আৰক্ষী বিষয়াজন অসুস্থ হৈ শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন।
Last Updated : Aug 28, 2019, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.