ETV Bharat / state

বদৰপুৰ আৰক্ষী চকীত জোৱানৰ দেহত ক'ৰণা ভাইৰাছৰ অৱস্থিতি - ক'ৰণা ভাইৰাছ

শুকুৰবাৰে নিশা কৰিমগঞ্জত 12 জনৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে পাঁচ জনৰ আক্ৰান্তৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী ।

another two persons covid positive at badarpur police station under Karimganj
বদৰপুৰ আৰক্ষী চকীত ট্ৰেভেল হিষ্ট্ৰি নথকা জোৱানৰ দেহত ক'ৰণা ভাইৰাছৰ অৱস্থিতি
author img

By

Published : Jul 3, 2020, 9:25 AM IST

কৰিমগঞ্জ, 3 জুলাই : কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষী চকীত নতুনকৈ দুজন সেনা জোৱানৰ দেহত ধৰা পৰিছে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ জোৱানকেইজনৰ দেহত ক'ৰণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত কৰিমগঞ্জত সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

বদৰপুৰ আৰক্ষী চকীত ট্ৰেভেল হিষ্ট্ৰি নথকা জোৱানৰ দেহত ক'ৰণা ভাইৰাছৰ অৱস্থিতি

শুকুৰবাৰে নিশা কৰিমগঞ্জত 12 জনৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে পাঁচ জনৰ আক্ৰান্তৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী । ট্ৰেভেল হিষ্ট্ৰী নথকাসকলৰ দুজন বদৰপুৰ আৰক্ষী চকীৰ বিষয়া। এজন বদৰপুৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াৰ দেহৰক্ষী আৰু আনজন মহিলা চাফাই কৰ্মী ।

উল্লেখ্য যে,কেইদিনমান পূৰ্বে বদৰপুৰ আৰক্ষী থানাৰ এজন বিষয়াৰ দেহত পোৱা গৈছিল ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ অৱশ্যে পাছত কৰিমগঞ্জৰ কোভিড হাস্পতালত দ্বিতীয় পৰীক্ষাত বিষয়াজনৰ নেগেটিভ আহিছে বুলি জনা যায় ৷ কিন্তু এইবাৰ আন দুজন ট্ৰেভেল হিষ্ট্ৰী নথকা ব্যক্তিৰ সংক্ৰমণক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জত।

লগতে পঢ়ক : কোভিড-19 : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.