ETV Bharat / state

কৰিমগঞ্জত ছমাহে বন্ধ অংগনবাদী কেন্দ্ৰ

author img

By

Published : Mar 27, 2019, 3:29 PM IST

অভিযুক্ত অংগনবাদী কৰ্মী সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী

কৰিমগঞ্জত ছমাহে বন্ধ লোৱাইপয়া অংগনবাদী কেন্দ্ৰ

কৰিমগঞ্জ, 27 মাৰ্চঃ ছমাহ ধৰি বন্ধ কৰিমগঞ্জ পথাৰকান্দি সমষ্টিৰ লোৱাইপয়া 20 নম্বৰ অংগনবাদী কেন্দ্ৰ৷ কেন্দ্ৰটোত ছমাহ ধৰি অনুপস্থিত অংগনবাদী কৰ্মী ৷ অংগনবাদী কৰ্মীৰ বিৰুদ্ধেশিশু খাদ্যলুন্ঠনৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ছমাহ ধৰি বন্ধ হৈ থকা অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলে ঘৰত বহি বহি দৰমহা লোৱাৰ লগতে শিশু সকলৰ নামত অহা খাদ্যসমুহো দিয়া নাই ছাত্ৰ-ছাত্ৰী সকলক ৷ দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে কৰ্মী সকলৰ বিৰুদ্ধে অভিযোগ কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাইবিভাগীয় কৰ্তৃপক্ষই৷ এতিয়া অংগনবাদী কেন্দ্ৰটোৰ কণ কণছাত্ৰ-ছাত্ৰী সকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ উপৰিও শিশু সকলৰ নামত আৱণ্টিত খাদ্য সমুহো লুটি-পুটি খোৱাৰ অভিযোগ কৰ্মীৰ বিৰুদ্ধে ৷ লোৱাইপাৰা ৰাইজৰ দাবী অতি শীঘ্ৰে অংগনবাদী কেন্দ্ৰটোত পুনৰ মুকলি কৰি অভিযুক্ত অংগনবাদী কৰ্মী সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই৷

Intro:ৰাজ্যেত সুসংহত শিশু উন্নয়ন প্ৰকল্পৰ নামত খেলিমেলি।Body:Slug.Closed last 6 months one icds center.
ৰাজ্যেত সুসংহত শিশু উন্নয়ন প্ৰকল্পৰ নামত চলিছে লুণ্ঠনৰাজ।কনকন ছাত্ৰছাত্ৰী সকলৰ বাবে বৰ্ধিত শিশু খাদ্য বন্টন নকৰি আৰু পাঠদান ন কৰি শিশুখাদ্য লুণ্ঠন চলিছে কৰিমগঞ্জ জিলাতো।জিলাখনৰ পাথাৰকান্দি সমষ্টিৰ লোৱাইৰপয়া আইছিডিএছ প্ৰকল্পৰ বিশ নম্বৰ নাচঘৰৰ লগোৱা এখন অংগন্যৰী চেণ্টাৰ দীৰ্ঘদিন ধৰি বন্ধ। ঘৰত বহি বহি দৰমহা পায় অংগন্যৰী চেণ্টাৰৰ কৰ্মীয়ে বুলি ইটিভি ভাৰতৰ আগত অভিযোগ কৰিছে স্থানীয় ৰাইজে।

বাইট,অভিবাবক।Conclusion:এতিয়া কি ব্যৱস্থা লয় বিভাগে এয়া হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.