ETV Bharat / state

বিজেপিত যোগদান শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মীৰ

বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ শতাধিক লোকে বৃহস্পতিবাৰে কংগ্ৰেছ আৰু এআইউডিএফ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ।

বিজেপিত যোগদান শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মীৰ
author img

By

Published : Apr 12, 2019, 10:33 AM IST

কৰিমগঞ্জ,12 এপ্ৰিল : কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ খহনীয়া অব্যাহত । বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ শতাধিক লোকে বৃহস্পতিবাৰে কংগ্ৰেছ আৰু এআইউডিএফ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ।

বিজেপিত যোগদান শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মীৰ

ৰাতাবাৰীৰ দুল্লভচৰা এলেকাৰ চামটিলাত এখন সভাত প্ৰাৰ্থী কৃপানাথ মাল্লা,মহিলা নেত্ৰী মুন স্বৰ্ণকাৰৰ উপস্থিতিত গেৰুৱা দলটোত যোগ দিয়ে কংগ্ৰেছ তথা এ আই ইউ ডি এফৰ কৰ্মীসকলে ।

Intro:বিজেপিত যোগদান শতাধিক কংগ্ৰেছ আৰু এআইউডিএফ কৰ্মীৰBody:Slug,Bjp join

কংগ্ৰেছ আৰু এআইউডিএফ দলত খহনীয়া অব্যাহত।বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ শতাধিক লোকে আজি কংগ্ৰেছ আৰু এআইউডিএফ দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে। ৰাতাবাৰীৰ দুল্লভচৰা এলেকাৰ চামটিলাত এখন সভাত প্ৰাৰ্থী কৃপানাথ মাল্লা,মহিলা নেত্ৰী মুন স্বৰ্ণকাৰৰ উপস্থিতিত তেওঁলোকে গেৰুৱা দলত যোগ দিয়ে।পিছে কৃপানাথ মাল্লা তেওঁৰ বক্তব্যত কয়,,,,,,,,Conclusion:এই যোগদানে বিজেপি প্ৰাৰ্থীয়ে যে নতুন কৈ অক্সিজেন পাব এয়া কব লাগিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.