ETV Bharat / state

কৰিমগঞ্জ সদৰ থানাত আত্মসমৰ্পণ অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুণ ভট্টাচাৰ্যৰ

ভূমি কেলেংকাৰীৰ ঘটনাত অভিযুক্ত আছিল প্ৰাক্তন এ ডি চি গৰাকী

author img

By

Published : Aug 26, 2019, 8:58 AM IST

Updated : Aug 26, 2019, 3:01 PM IST

অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুণ ভট্টাচাৰ্য
  • আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিমগঞ্জৰ প্ৰাক্তন এ ডি চি নবাৰুণ ভট্টাচাৰ্যৰ
  • কৰিমগঞ্জ সদৰ থানাত আত্মসমৰ্পণ কৰিলে এ ডি চি গৰাকীয়ে
  • সুতাৰকান্দিৰ ল্যাণ্ডপোৰ্ট অথোৰিটিৰ ভূমি কেলেংকাৰীৰ ঘটনাত অভিযুক্ত আছিল বিষয়াগৰাকী
  • প্ৰায় দুমাহ ধৰি পলাতক অৱস্থাত আছিল প্ৰাক্তন এ ডি চি গৰাকী
  • সম্প্ৰতি তেঁওক ৰখা হৈছে কৰিমগঞ্জ সদৰ থানাত
    আত্মসমৰ্পণ অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুণ ভট্টাচাৰ্যৰ

Intro:কৰিমগঞ্জ সদৰ থানাত আত্মসমৰ্পণ এডিচি নবাৰুণ ভট্ৰাচাৰ্যৰBody:
সুতাৰকান্দিৰ ল্যান্ডপোৰ্ট অথোৰিটিৰ ভূমি কেলেংকাৰিৰ ঘটনাত অভিযুক্ত তৃতীয় গৰাকি ACS বিষয়া নবাৰুন ভট্টাচাৰ্য্যৰ কৰিমগঞ্জ সদৰ থানাত আত্ম সমৰ্পন | কৰিমগঞ্জৰ পূৰ্বৰ ADC গৰাকি প্ৰায় দুমাহ পলাতক অবস্থাত থাকি দেওবাৰ ৰাতি বাধ্য হৈ আত্মসমৰ্পন কৰে | বৰ্তমানে তেঁওক কৰিমগঞ্জ সদৰ থানাত ৰখা হৈছে |Conclusion:আজি তেওঁক আদালতত হাজিৰ কৰোৱা হব।
Last Updated : Aug 26, 2019, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.