ETV Bharat / state

শৌৰ্য্য দিৱস উপলক্ষে বিশাল সমদল

author img

By

Published : Dec 6, 2020, 4:33 PM IST

শৌৰ্য্য দিৱস উপলক্ষে কৰিমগঞ্জত বজৰং দলে উলিয়াই এক বিশাল জন সমদল ৷ সমদলত ভাগ লয় বজৰং দলৰ ৰাষ্ট্ৰীয় সংযোজক সোহন চোলাঙ্কীয়ে ৷

a-large-rally-of-the-bajrang-party
শৌৰ্য্য দিৱস উপলক্ষে বজৰং দলৰ বিশাল সমদল

কৰিমগঞ্জ, 6 ডিচেম্বৰঃ শৌৰ্য্য দিৱস উপলক্ষে কৰিমগঞ্জত বজৰং দলে দেওবাৰে উলিয়াই এক বিশাল জন সমদল । এই সমদলত ভাগ লয় বজৰং দলৰ ৰাষ্ট্ৰীয় সংযোজক সোহন চোলাঙ্কীয়ে।

সমদলটো কৰিমগঞ্জ কলেজ খেলপথাৰৰ পৰা আৰম্ভ কৰি চহৰৰ প্ৰধান ৰাজপথ হৈ জিলা পুথিভঁড়ালত আহি শেষ হয় । ইফালে সমদলৰ উপৰিও এই দিৱস উপলক্ষে বিভিন্ন বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰে বজৰং দলৰ কৰ্মকৰ্তা সকলে ৷

লগতে পঢ়কঃ হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.