ETV Bharat / state

কৰিমগঞ্জত ৮০ কিল'গ্ৰাম ওজনৰ মাছক লৈ বজাৰত ভিৰ - বৰাক নদী

বৰাক নদীত সোমবাৰে 80 কিল'গ্ৰাম ওজনৰ এটা প্ৰকাণ্ড মাছ ধৰিবলৈ সক্ষম হয় কেইজনমান মাছমৰীয়াই ৷ প্ৰকাণ্ড মাছটো প্ৰত্যক্ষ কৰিবলৈ হেতওপৰা লাগে ৰাইজৰ ৷

80 kg Weight Fish Recovered At Karimganj
কৰিমগঞ্জত ৮০ কিল'গ্ৰাম ওজনৰ মাছক লৈ বজাৰত ভীৰ
author img

By

Published : May 4, 2021, 9:21 AM IST

Updated : May 4, 2021, 9:55 AM IST

কৰিমগঞ্জ, 4 মে': কৰিমগঞ্জৰ ছন্তৰ বজাৰত এটা 80 কিল'গ্ৰাম ওজনৰ এটা মাছক লৈ ৰাইজে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ উক্ত মাছটো কেইজনমান মাছ মৰিয়াই বৰাক নদীৰ পৰা ধৰি আনিছিল বুলি জানিবলৈ পোৱা গৈছে ৷

কৰিমগঞ্জত ৮০ কিল'গ্ৰাম ওজনৰ মাছক লৈ বজাৰত ভীৰ

উল্লেখ্য যে, বৰাক নদীত মৎস চিকাৰ কৰি থাকোতেই সোমবাৰে 80 কিলগ্ৰাম ওজনৰ এটা প্ৰকাণ্ড মাছ জালত পৰে ৷ ইফালে মাছটো বিক্ৰী কৰিবলৈ মাছমৰীয়া সকলে কৰিমগঞ্জৰ ছন্তৰ বজাৰলৈ লৈ আহে ৷

আনহাতে, মাছটোৰ প্ৰতি কিল'গ্ৰামত 400 টকাকৈ দৰ নিৰ্ধাৰণ কৰে যদিও গ্ৰাহকৰ অভাৱত মাছমৰীয়া সকলে ওভতাই নিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে মাছটোৰ নাম বাঘ মাছ বুলি স্থানীয় লোকে সদৰি কৰিছে ।

লগতে পঢ়ক-ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে দিগন্ত কলিতাই

Last Updated : May 4, 2021, 9:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.