ETV Bharat / state

বৰাকত তুংগত নিৰ্বাচনী প্ৰচাৰ - আনোৱাৰ হুছেইন লস্কৰ

বৰাক উপত্যকাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ

বৰাকত তুংগত নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 9, 2019, 3:29 PM IST

কৰিমগঞ্জ, ৯ এপ্ৰিলঃ অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি বিয়লিৰ ভাগত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ । প্ৰথম পৰ্যায়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন । আনহাতে বৰাক উপত্যকাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে বৰাকবাসী ।

বৰাকত তুংগত নিৰ্বাচনী প্ৰচাৰ

বৰাক উপত্যকাৰ অন্যতম লোকসভা সমষ্টি কৰিমগঞ্জ লোকসভা সমষ্টিটো এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত কংগ্ৰেছৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে এ আই ইউ ডি এফ দলে । অভিযোগ-প্ৰতি অভিযোগেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো দলে ।

সোমবাৰে ৰাতাবাৰী সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে । কৰিমগঞ্জ লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিছিল আনোৱাৰ হুছেইন লস্কৰে । নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছ আৰু বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে । বৰাকত প্ৰতিজন কংগ্ৰেছীয়ে হৈছে বিজেপিৰ এজেন্ট, উপত্যকাটোত কংগ্ৰেছীসকল বিজেপিৰ টিম বি ।

Intro:এআইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভBody:SLUG : HAILAKANDI MLA SPEECH 

আজিৰে পৰা অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । আনহাতে বৰাক উপত্যকাত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহন প্ৰক্ৰিয়া । সেয়ে প্ৰতিটো দলে তুংগত তুলিছে প্ৰচাৰ অভিযান । কৰিমগঞ্জ লোকসভা আসনতো সমান্তৰালকৈ প্ৰচাৰত ব্যস্ত কংগ্ৰেছ, বিজেপিৰ লগতে এআইইউডিএফ দল । চলিছে ৰাজনৈতিক নেতাৰ বুকা ছটিওৱাৰ ৰাজনীতি ।  অভিযোগ প্ৰতি অভিযোগেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো দলে  । এই ক্ষেত্ৰত পিছ পৰা নাই হাইলাকান্দিৰ বিধায়ক আনোয়াৰ হুছেইন লস্কৰ । সোমবাৰে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত কেবাটাও ঠাইত প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী জনসভাত অংশ লৈছিল বিধায়ক আনোয়াৰ হুছেইন লস্কৰে । পিছে নিৰ্বাচনী জনসভাত আনোয়াৰ হুছেইনে লক্ষ্য হিচাপে বাছি ললে বিজেপি আৰু কংগ্ৰেছ দলক । কলে বৰাকৰ কংগ্ৰেছী সকল হল বিজেপিৰ বি টিম । বৰাকৰ প্ৰতিজন কংগ্ৰেছী নেতা বিজেপিৰ এজেন্ট । আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোয়ালকো সমালোচনা কৰি আনোয়াৰ হুছেইন লস্কৰে কয় ....Conclusion:এতিয়া ভোটাৰে নিৰ্ধাৰণ কৰিব কোন প্ৰাৰ্থীক তেওঁলোকে ভোট দিব
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.