ETV Bharat / state

খেৰণিত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত এজন

author img

By

Published : Jun 2, 2021, 10:51 PM IST

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত জেংক্ৰ গাঁৱত সংঘটিত হোৱা বনৰীয়া গাহৰিৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ লোকজনৰ নাম বিচন চিনথং বুলি জানিব পৰা গৈছে ৷

Wild boar attack in Western Karbi Anglong's kherani
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া গাহৰিৰ আক্ৰমণ

ডিফু, 2 জুন : বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল এজন যুৱক ৷ ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত জেংক্ৰ গাঁৱত ৷

জানিব পৰা মতে পাহাৰৰ ঝুম খেতিৰ পৰা তিনি বন্ধুৰ সৈতে ঘৰলৈ উভতি অহাৰ পথতে বনৰীয়া গাহৰিৰ আক্ৰমণৰ বলি হ'ল বিচন চিনথং নামৰ এজন যুৱক ৷ পিছে লোক জনক দুই সতীৰ্থই বনৰীয়া গাহৰিটোৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে ৷ সম্প্ৰতি যুৱকজন খেৰণস্থিত আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত শিৰ নত কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.