ETV Bharat / state

বকলীয়াটত পথ দুৰ্ঘটনাত আহত 3 লোক - three people injured by an accident

বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত তিনিগৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে ৷ বাইক আৰু চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

বকলীয়াটত সংঘটিত পথ দুৰ্ঘটনাত আহত 3 লোক
বকলীয়াটত সংঘটিত পথ দুৰ্ঘটনাত আহত 3 লোক
author img

By

Published : Dec 18, 2020, 9:50 PM IST

ডিফু, 18 ডিচেম্বৰ : শুকুৰবাৰে সন্ধিয়া বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংটিত হয় পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰদুপথাৰত সংঘটিত দুৰ্ঘটনাটোত AS-02 V-4208 নম্বৰৰ এখন মটৰচাইকেলে খুন্দিয়াই এগৰাকী চাইকেল আৰোহীক ৷

যাৰ ফলত চাইেকেল আৰোহী গৰাকী গুৰুতৰভাৱে আহত হয় ৷ আহত চাইকেল আৰোহী গৰাকীৰ নাম বিলিফাং বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি বাইক চালক ৰাকেশ ধ্ৰুপ গৌড় আৰু আৰোহী আমিনা সন্দীপ নামৰ যুৱতী গৰাকীও আঘাতপ্ৰাপ্ত হয় ৷ তিনিও গৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে তেওঁলোকক ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: পহিলা জানুৱাৰীৰ পৰা পুনঃআৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ উৎপাদন কাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.