ETV Bharat / state

বৈঠালাংছ'ত শান্তিপূৰ্ণভাৱে ভোটদান আৰম্ভ

author img

By

Published : Apr 18, 2019, 11:04 AM IST

ভোট কেন্দ্ৰটোত সৰ্বমুঠ ভোটাৰ আছে 646 জন । এতিয়া লৈ ডিফু সমষ্টিত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে ।

বৈঠালাংছত শান্তি পূৰ্ণ ভাবে ভোটদান আৰম্ভ

কাৰ্বিআংলং, 18 এপ্ৰিলঃ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ’ বিভিন্ন অঞ্চলত শান্তিপূৰ্ণভাৱে ভোটদান আৰম্ভ হয় ।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ডিফু লোক সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী হৰেনচিং বেয়ে নিজৰ বাসগৃহৰ সমীপত থকা ডলনি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে । ভোট কেন্দ্ৰটোত সৰ্বমুঠ ভোটাৰ আছে 646 জন । এতিয়া লৈ ডিফু সমষ্টিত শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে ।

Intro:Body:ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ বিভিন্ন অঞ্চলত শান্তিপূৰ্ণ ভাবে ভোটদান আৰম্ভ হয়। লোকসভা সমষ্টিতোৰ বিজেপিৰ প্ৰাৰ্থী হৰেনচিং বে নিজৰ বাসগৃহৰ সমীপত থকা ডলনি এলপি স্কুলত নিজা ভূতাধিকাৰ সাব্যস্ত কৰে। ভূতকেনদ্ৰতোৰ সৰ্বমোঠ ভূটাৰ ৬৪৬।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.