ETV Bharat / state

কাৰ্বি আংলং জিলাৰ ধনশিৰিত বিশাল শান্তি সভা

কাৰ্বি আংলং জিলাৰ ধনশিৰিত গুলীয়াগুলী ঘটনা সংঘটিত হোৱা পিচতে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনে ধনশিৰি উচ্চতৰ মাধামিক বিদ্যালয়ৰ খেলপথাৰত এখন শান্তিসভা অনুষ্ঠিত কৰে ।

PEACE RALLY ON DHANSIRI MURDER CASE
কাৰ্বি আংলং জিলাৰ ধনশিৰিত বিশাল শন্তি সভা
author img

By

Published : Jan 31, 2021, 8:28 PM IST

Updated : Jan 31, 2021, 10:19 PM IST

ডিফু,৩১ জানুৱাৰী : 27 জানুৱাৰীত কাৰ্বি আংলং জিলাৰ ধনশিৰিত গুলীয়াগুলী ঘটনা সংঘটিত হোৱা পিচতে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনে ধনশিৰি উচ্চতৰ মাধামিক বিদ্যালয়ৰ খেলপথাৰত এখন শান্তিসভা অনুষ্ঠিত কৰে । সভাখন অনুষ্ঠিত হোৱাৰ পূৰ্বে সভাস্থলীৰ পৰা ধনশৰি নগৰৰ মাজেৰে এক বিশাল শান্তি সমদল উলিয়াই দল সংগঠনৰ কৰ্মীসকলে ।

PEACE RALLY ON DHANSIRI MURDER CASE
কাৰ্বি আংলং জিলাৰ ধনশিৰিত বিশাল শন্তি সভা

সভাত APSLCৰ নেতা তথা প্ৰাক্তন প্রশাসনিক বিষয়া জে আইকাথাৰ, দিলীপ নুনিচাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । শতাধিক লােকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই শান্তি সভাত দুষ্কৃতিকাৰীৰ গুলীত নিহত হোৱা অমিত নুনিচাৰ ব্যক্তিত্ব আৰু কর্মৰাজিৰ ওপৰত সকলােৱে আলােকপাত কৰা হয় ।

উল্লেখ্য যে, যােৱা ২৭ জানুৱাৰীৰ নিশা ডিমাচাসকলৰ জাতীয় উৎসৱ বিচুডিমা চলি থকা সময়তে উৎসৱস্থলীতে ডিএইছডিৰ প্রাক্তন নেতা তথা বিশিষ্ট সমাজকৰ্মী অমিত নুনিচা আৰু আলতা মাইবংচা নামৰ এগৰাকী মহিলাক দুষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল । এই ঘটনাত আশীষ, ফংলােছা নামৰ দুজন যুৱকো আঘাতপ্ৰাপ্ত হৈছিল ৷

লগতে পঢ়ক : ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী থিয় কৰোৱা হ’ব পাটাৰকুছিত: কমল কুমাৰ মেধি

Last Updated : Jan 31, 2021, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.