ETV Bharat / state

ৰাইজে হৰিণ উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক - বন বিভাগ

কাৰ্বি আংলঙৰ ফুলনি গাঁৱৰ এজন লাকৰ গোঁহালিত উদ্ধাৰ হয় এটা হৰিণা পহু ৷ ইতিমধ্যে ৰাইজে পহুটো আবদ্ধ কৰি বন বিভাগক গতাই দিয়ে ৷

One Dear Recovered At Karbi Anglong, Phulani Village
কাৰ্বি আংলঙৰ ফুলনিত এটা হৰিণা পহু উদ্ধাৰ
author img

By

Published : Aug 22, 2020, 4:53 PM IST

ডিফু, ২২ আগষ্টঃ কাৰ্বি আংলং জিলাৰ ফুলনিত উদ্ধাৰ হয় এটা হৰিণা পহু ৷ ফুলনি গাঁৱৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে হৰিণা পহুটো ৷

কাৰ্বি আংলঙৰ ফুলনিত এটা হৰিণা পহু উদ্ধাৰ

জানিবপৰা মতে, শুকুৰবাৰে নিচেই পুৱাতে কাৰ্বি আংলঙৰ ফুলনি গাঁৱৰ এজন লাকৰ গোঁহালিত স্থানীয় লোকে প্ৰত্যক্ষ কৰে হৰিণাজনীক । লগে লগে গাঁওখনৰ ৰাইজে পহুটো আবদ্ধ কৰি বন বিভাগক খবৰ দিয়ে ৷ ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে পহুটো ৷ ইফালে উদ্ধাৰ হোৱা হৰিণা পহুটো খাদ্যৰ সন্ধানত অথবা নৈৰ সোঁতত উটি আহি গাঁওখনত প্ৰৱেশ কৰা বুলিও সন্দেহ কৰিছে ৰাইজে ৷

লগতে পঢ়ক-বাক্সাত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী এজন বহিঃৰাজ্যৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.