ETV Bharat / state

মুছলিম ছাত্ৰ সন্থা অসমৰ প্ৰশংসনীয় নিদৰ্শন

author img

By

Published : Mar 26, 2021, 8:03 PM IST

মুছলিম ছাত্ৰ সন্থা অসমে শিৱ মন্দিৰত দান কৰিলে টিনপাত । কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা হুছেইন আহমেদৰ নেতৃত্বত লাহৰিজান এলেকাৰ দুদুকলনি টিলাবস্তিত এটা অসহায় পৰিয়ালক সাহায্য বিতৰণ কৰে ।

মুছলিম ছাত্ৰ সন্থা অসমে শিৱ মন্দিৰত দান কৰিলে টিনপাত

ডিফু, ২৬ মাৰ্চ: সাম্প্ৰদায়িকতাৰ ধাৱমুখীৰ মাজতে মুছলিম ছাত্ৰ সন্থাই ধৰ্ম নিৰপেক্ষতাৰ ওপৰত দেখুৱালে এক প্ৰশংসনীয় নিদৰ্শন ৷ মুছলিম ছাত্ৰ সন্থা অসমে কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা হুছেইন আহমেদৰ নেতৃত্বত লাহৰিজান এলেকাৰ দুদুকলনি টিলাবস্তিত এটা অসহায় পৰিয়ালক সাহাৰ্য বিতৰণ কৰে ।

লাহৰিজান এলেকাত সংগঠনটোৱে দুখন তিৰপাল আৰু টিলাবস্তি শিৱমন্দিৰ নিৰ্মানৰ বাবে টিনপাত আৰু ৫ বস্তা চিমেণ্ট দান কৰে । সংগঠনটোৰ এই কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক: ভোট দিয়ক আৰু সহকাৰী আয়ুক্ত হোৱাৰ সুযোগ লাভ কৰক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.