ETV Bharat / state

কেমেৰাৰ আগত ধৰ্ষণৰ নিৰ্লজ্জ স্বীকাৰোক্তি !

author img

By

Published : Sep 16, 2019, 10:30 PM IST

Updated : Sep 16, 2019, 11:47 PM IST

ডিফু থানাত ২৪৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা আৰু আৰ/ডব্লিউ পচক'ৰ ৪ মতে গোচৰ ৰুজু কৰি ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে যুৱকজনক

ডিফুত নাবালিকা ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক

ডিফু, ১৬ ছেপ্তেম্বৰ: ৰাজ্যত পুনৰ সংঘটিত হ'ল ধৰ্ষণৰ ঘটনা ৷ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত নাবালিকা ছোৱালীক ধৰ্ষণৰ গোচৰত ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক ৷ প্ৰাপ্ত তথ্য মতে, ছোৱালীজনীক দেওবাৰে নিজ ঘৰলৈ মাতি নি ধৰ্ষণ কৰে ডিফু পানবাৰী ফৰেষ্ট কলনি নিবাসী ৰাজ বসুমতাৰী নামৰ যুৱক জনে৷ এই সন্দৰ্ভত ৰাজ বসুমতাৰী নামৰ যুৱকজনৰ বিৰুদ্ধে নাবালিকা ছোৱালীজনীৰ পিতৃয়ে ডিফু নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ এই গোচৰ ভিত্তিতে ডিফু থানাত ২৪৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা আৰু আৰ/ডব্লিউ পচক'ৰ ৪ মতে গোচৰ ৰুজু কৰি ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে যুৱকজনক৷ উল্লেখযোগ্য যে, ধৰ্ষণৰ কথা সাংবাদিকৰ আগতো স্বীকাৰ কৰে ৰাজ বসুমতাৰীয়ে ৷

Intro:ডিফুত নাবালিকাক ধৰ্ষণ কৰি যুৱক ৰঙাঘৰত ৷
************************* ডিফু, ১৬ ছেপ্তেম্বৰ:- পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত নাবালিকা ছোৱালীক ধৰ্ষণ কৰি যুৱক ৰঙাঘৰৰ আলহী হোৱাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নাবালিকা ছোৱালীজনীৰ পিতৃয়ে এই ডিফু নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ এজাহাৰ মতে ছোৱালীজনীক যোৱা দেওবাৰে ডিফু পানবাৰী ফৰেষ্ট কলনি নিবাসী ৰাজ বসুমতাৰী (১৯) নামৰ যুৱক জনে নিজ ঘৰত মাতি নি ধৰ্ষণ কৰে ৷ ধৰ্ষণৰ কথা ধৃত যুৱক ৰাজ বসুমতাৰীয়ে সাংবাদিকৰ আগত স্বীকাৰ কৰে ৷ নাবালিকা ছোৱালীজনীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ২৪৯/১৯নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা আৰু আৰ/ডব্লিউ পচক'ৰ ৪ মতে গোছৰ ৰুজো দি ধৃত যুৱক জনক ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*******Conclusion:**********
Last Updated : Sep 16, 2019, 11:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.