ETV Bharat / state

কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ - মাঞ্জা আৰক্ষী থানা

কাৰ্বি আংলঙৰ বিৰলা অঞ্চলৰ পৰা জব্দ কৰা হৈছে 16 টাকৈ বাঘৰ দাঁত ৷ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজনকৈ লোকক ৷

teeth of tiger
teeth of tiger
author img

By

Published : Oct 21, 2020, 4:29 PM IST

নিউজ ডেস্ক, 21 অক্টোবৰ : কাৰ্বি আংলঙত উদ্ধাৰ হৈছে বহুকেইটা বাঘৰ দাঁত ৷ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে 16 টাকৈ বাঘৰ দাঁত ৷ ডিফুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰু মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী বাহিনীৰ সহযোগত চলা অভিযানত বিৰলা অঞ্চলৰ পৰা জব্দ কৰা হৈছে বাঘৰ দাঁত কেইটা ৷

teeth of tiger
কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ

ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজনকৈ লোকক ৷ জীৱ-জন্তুৰ অংগ-প্ৰতংগৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ সন্দেহ আটাইকেইজন ৷

লগতে পঢ়ক : চলা অভয়াৰণ্যৰ তদাৰকী অনুষ্ঠানৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.