ETV Bharat / state

ডিফুত প্ৰথম MAC কাপ ফুটবলৰ চূড়ান্ত বিজয়ী লুম্বাজং দল - LUMBJONG BEAT BITHUNG

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামস্থিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ৱাইচং ইন্দোৰ ষ্টডিয়াম খেল পথাৰত অনুষ্ঠিত চূড়ান্ত ফাইনেল খেল খনত লুম্বাজং দলে 3-2 গলৰ ব্যৱধানত বিথুং দলক পৰাস্ত কৰি জিলাখনৰ শ্ৰেষ্ঠ দল ২০২০ বৰ্ষৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ডিফুত প্ৰথম MAC কাপ ফুটবল চেম্পীয়ণশ্বীপৰ চূড়ান্ত বিজয়ী লুম্বাজং দল

author img

By

Published : Dec 19, 2020, 5:46 PM IST

Updated : Dec 19, 2020, 6:52 PM IST

ডিফু, ২০ ডিচেম্বৰঃ এমএচি ফুটবল চেম্পিয়নশ্বিপ ২০২০ বৰ্ষৰ চূড়ান্ত খেলখন শুকুৰবাৰে নিশা অনুষ্ঠিত হৈ যায় ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামস্থিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ৱাইচং ইন্দোৰ ষ্টডিয়াম খেল পথাৰত অনুষ্ঠিত চূড়ান্ত খেল খনত লুম্বাজং দলে 3-2 গ’লৰ ব্যৱধানত বিথুং দলক পৰাস্ত কৰি জিলাখনৰ শ্ৰেষ্ঠ দল ২০২০ বৰ্ষৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

চলিত ২০২০বৰ্ষৰ শ্ৰেষ্ঠ দল হিচাপে লুম্বাজং দলে বিজয়ী ট্ৰফীসহ নগদ ৩ লাখ টকা আৰু বিথুং দলে ৰাণাৰ্চ চাপ ট্ৰফীসহ ২ লাখ টকা লাভ কৰে ৷ কাৰ্বি আংলং স্বায়ত্ত্ব শাষিত পৰিষদৰ ২৬ টা সমষ্টিৰ জনপ্ৰতিনিধিয়ে নিজ নিজ সমষ্টিৰ পৰা অংশ গ্ৰহণ কৰা খেলখনত অংশ গ্ৰহণকাৰী প্ৰতিটো দলকে ২০ হাজাৰকৈ নগদ ধন প্ৰদানেৰে ক্ৰীড়াৰ প্ৰতি উৎসাহ-উদ্দীপনা আগবঢ়াই কাৰ্বি আংলং স্বাযত্ব শাষিত পৰিষদে ৷

লগতে পঢ়কঃ কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ

Last Updated : Dec 19, 2020, 6:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.