ETV Bharat / state

ডিফু ৰে’ল ষ্টেচনত সাংবাদিক-ৰে’ল কৰ্মীৰ ক'ভিড প্ৰতিষেধক গ্ৰহণ - journalist vaccination in diphu

কাৰ্বি আংলং জিলাৰ সংবাদকৰ্মী আৰু ৰে’লকৰ্মী সকলে শুকুৰবাৰে ডিফু ৰে’ল ষ্টেচনত প্ৰতিষেধক গ্ৰহণ কৰে । কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ আৰু তথ্য আৰু জনসংযোগ বিষয়াৰ আবেদনৰ ভিত্তিত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ক'ভিড যোদ্ধা হিচাপে সংবাদ কৰ্মীসকলৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে ৷

vaccination
ক'ভিড প্ৰতিষেধক গ্ৰহণ
author img

By

Published : May 28, 2021, 9:43 PM IST

ডিফু,২৮ মে': কাৰ্বি আংলং জিলাত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে । শুকুৰবাৰে জিলাখনৰ সংবাদকৰ্মী আৰু ৰে’লকৰ্মী সকলে ডিফু ৰে’ল ষ্টেচনত প্ৰতিষেধক গ্ৰহণ কৰে ।

vaccination
ক'ভিড প্ৰতিষেধক গ্ৰহণ

কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ আৰু তথ্য আৰু জনসংযোগ বিষয়াৰ আবেদনৰ ভিত্তিত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিন্হাই ক'ভিড যোদ্ধা হিচাপে সংবাদ কৰ্মীসকলৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে ৷

সংবাদ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত ষ্টেচন মাষ্টাৰে কয় যে, ডিফু ৰে’ল ষ্টেচনত ক'ভিড প্ৰতিষেধক প্ৰদানৰ এইটো দ্বিতীয় শিবিৰ ৷ এই শিবিৰত সংবাদ কৰ্মীৰ লগতে ৰে’ল কৰ্মীসকলে স্বেচ্ছাই অংশ গ্ৰহণ কৰি বিনা দ্বিধাই ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰি সৰ্বাত্মক সঁহাৰি জনোৱাৰ বাবে শিবিৰৰ উদ্দেশ্য সফল হৈছে ৷

লগতে পঢ়ক:ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.