ETV Bharat / state

কাৰ্বি আংলঙত সংবিধানৰ অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ দাবী জাকাছৰ

বড়ো চুক্তি আদৰণি জনাই জাকাছ আৰু একাধিক সংগঠনৰ সংবাদমেল ৷ বড়ো চুক্তিৰ দৰে কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪(ক)ৰ ৰূপায়ণ কৰিলে কাৰ্বি আংলঙবাসীৰ আশা-আকাংশা পূৰণ হ'ব বুলি মন্তব্য কৰে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ৷

কাৰ্বি আংলং
কাৰ্বি আংলঙত সংবিধানৰ অনুশ্চেদ ২৪৪(ক) ৰূপায়ণৰ দাবী জাকাছৰ
author img

By

Published : Jan 29, 2020, 11:06 AM IST

ডিফু, ২৮ জানুৱাৰীঃ বড়ো চুক্তিক আদৰণি জনাই কাৰ্বি আংলঙৰ ঐক্যবদ্ধ মঞ্চ জইণ্ট একছন কমিটি ফৰ অট'নমাছ ষ্টেট চমুকৈ জাকাছ আৰু একাধিক সংগঠনে ৷ শনিবাৰে ডিফু ৰংথিয়াঙস্থিত কেএছএ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি চুক্তিখনৰ আদৰণি জনাই দল-সংগঠনসমূহে ৷ নৰেন্দ্ৰে মোডী শাসিত চৰকাৰখনক উচ্চ প্ৰশংসা কৰি চুক্তিখনৰ জৰিয়তে বড়ো সকলৰ আশা-আকাংশা পূৰণ হোৱাৰ লগতে ৰাজনৈতিক, সামাজিক অৰ্থনৈতিক, সাংস্কৃতিক পৰিচয়ৰ ভেটি মজবুত হ'ল বুলি মন্তব্য কৰে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ৷

কাৰ্বি আংলঙত সংবিধানৰ অনুশ্চেদ ২৪৪(ক) ৰূপায়ণৰ দাবী জাকাছৰ

তাৰোপৰি টেৰণে কয়, বড়ো সকললৈ সম্মান জনাই যিদৰে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত কৰি ইয়াক সু-ৰূপায়ণ কৰা হ'ল তেনেদৰে একে দায়িত্ব পালন কৰি কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ অনুশ্চেদ ২৪৪(ক)ৰ ৰূপায়ণ কৰিলে কাৰ্বি আংলঙবাসীৰ আশা-আকাংশা পূৰণ হ'ব বুলি মন্তব্য কৰে ৷ ২৪৪(ক) ৰূপায়ণ কৰা কাৰ্বি আংলঙত বিজেপিৰ নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি ৷ ইয়াৰোপৰি ২০১০ চনত সহস্ৰ সংগঠন কেএনএলএফৰ সৈতে হোৱা ত্ৰিপাক্ষিক শান্তি আলোচনাকো গুৰুত্ব প্ৰদান কৰাৰ লগতে জিলাখনৰ আলোচনাপন্থী আন দুটা উগ্ৰপন্থী সংগঠন ইউপিএলএ আৰু কেপিএলটিৰ সৈতে আলোচনাক মনত ৰাখি অসমত ভিভাজন নকৰাকৈ স্বায়ত্ত ৰাজ্য প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনাই জাকাছৰ হৈ খৰছিং টেৰণে ৷

আৰু পঢ়কঃ দ্বি-খণ্ডিত বড়ো আৰু ত্ৰি-পাক্ষিক চুক্তি

Intro:**বড়ো চুক্তিৰ দৰে কাৰবি আংলং আৰু ডিমা হাছাওত সংবিধানৰ অনুশ্চেদ ২৪৪(ক) ৰূপায়ণ কৰিবলৈ দাবী জাকাছৰ ৷**

ডিফু, ২৮ জানুৱাৰী:- কালি দিল্লীত স্বাক্ষৰ হোৱা ঐতিহাসিক বড়ো চুক্তিক কাৰবি আংলঙৰ ঐক্যবদ্ধ মঞ্চ জইণ্ট একছন কমিটি ফৰ অট'নমাছ ষ্টেট চমুকৈ জাকাছ আৰু একাধিক সংগঠনে আজি ডিফু ৰংথিয়াং স্থিত কেএছএ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই চুক্তিক স্বাগতম জনাইছে ৷ নৰেন্দ্ৰমোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অসম চৰকাৰৰ এনে পদক্ষেপক উচ্চ প্ৰশংসা কৰিছে সংগঠন সমূহে ৷ উক্ত চুক্তিটোৰ জৰিয়তে বড়ো সকলৰ আশা - আকাংখা পূৰণ হোৱাৰ লগতে ৰাজনৈতিক, সামাজিক অৰ্থনৈতিক, সাংস্কৃতিক পৰিচয়ৰ ভেটি মজবুত হ'ল বুলি মন্তব্য কৰে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ৷ খৰছিং টেৰণে সাংবাদিকৰ আগত কয়যে, বড়ো সকললৈ সম্মান জনাই যিদৰে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত কৰি ইয়াক সু ৰূপায়ণ কৰা হ'ল তেনেদৰে একে দায়িত্ব পালন কৰি কাৰবি আংলং জিলাৰ দীৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ অনুশ্চেদ ২৪৪(ক)ৰ ৰূপায়ণ কৰিলে কাৰবি আংলঙবাসীৰ আশা- আকাংখা পূৰণ হব ৷ ২৪৪(ক) ৰূপায়ণ কাৰবি আংলঙত বিজেপিৰ নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি ৷ ইয়াৰোপৰি ২০১০ চনত সহস্ৰ সংগঠন কেএনএলএফৰ সৈতে হোৱা ত্ৰিপাক্ষিক শান্তি আলোচনাকো চোঁচৰাই নিনিয়াকৈ শীঘ্ৰে গুৰুত্ব প্ৰদান কৰাৰ লগতে জিলাখনৰ আলোচনাপন্থী আন দুটা উগ্ৰপন্থী সংগঠন ইউপিএলএ আৰু কেপিএলটিৰ সৈতে আলোচনাক তৰাণ্বিত কৰি অসমৰ ভিভাজন ননাকৈ স্বায়ত্ত ৰাজ্য প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে জাকাছৰ হৈ খৰছিং টেৰণে ৷ আজিৰ সংবাদমেলতে জাকাছৰ সহযোগী সংগঠন কেএছএ, কেএছৱাইচ্,কেএছইউ,কেএফএ কেএনএ আৰু কেএৱাইএ উপস্থিত থাকে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*-*****Conclusion:******
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.