ETV Bharat / state

খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

author img

By

Published : Nov 4, 2021, 8:52 PM IST

বোকাজান মহকুমা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে বোকাজানৰ খটখটীৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে ৷

HUGE AMOUNT OF DRUGS SEIZED AT KHATKHATI
খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

ডিফু, 4 নৱেম্বৰ : বোকাজান মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে খটখটীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মই আৰক্ষী উপ পৰিদৰ্শক নিতুল শইকীয়াৰ সহযোগত চলোৱা এক তালাচী অভিযানত উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷

খটখটী আৰক্ষীয়ে ডিমাপুৰৰ দিশৰ পৰা আহি থকা AS-09-0047 নম্বৰৰ এখন স্কুটিৰ পৰা পাঁচটা চাবোনৰ বাকচত সৰবৰাহ কৰি অনা ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় । খটখটী আৰক্ষীয়ে ড্ৰাগছখিনি সৰবৰাহ কৰি অনা যুৱকজনকো আটক কৰে ৷ আটকাধীন যুৱক খটখটী আৰক্ষী চকীৰ অন্তৰ্গত ফুলবাৰী অঞ্চলৰ কাৰ্তিক কলিতা বুলি জানিব পৰা হৈছে ৷

খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

খটখটী আৰক্ষীয়ে যুৱকজনৰ পৰা প্ৰায় 63.27 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 25 লাখ টকা হ’ব বুলি খটখটী আৰক্ষীয়ে জানিবলৈ দিয়ে । সম্প্ৰতি খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীটোৰ ৷

লগতে পঢ়ক : নদী পৰ্যটনৰ ওপৰত গুৰুত্ব প্ৰদান ঋতুপৰ্ণ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.