ETV Bharat / state

বান সাহাৰ্যই ঢুকি নাপালে ডিফুৰ হৰিলাল আৰু ৰংনিহান বস্তিক - diphu flood

চৰকাৰ তথা প্ৰশাসনৰ বান সাহাৰ্যই ঢুকি নাপালে আকষ্মিক বানৰ কৱলত পৰা ডিফুৰ হৰিলাল আৰু ৰংনিহান বস্তিক ৷ ৰাইজে নিজাববীয়াকৈ গ্ৰহণ কৰিছে ব্যৱস্থা ৷

নেৰা নেপেৰা বৰষুণৰ বাবে আকষ্মিক বানৰ কৱলত ডিফু
author img

By

Published : Oct 28, 2019, 11:49 PM IST

ডিফু , 28 অক্টোবৰঃ যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে পাহাৰৰ পৰা আচম্বিতে ঢল নামি আহি ক্ষতি সাধন কৰিছে কাৰ্বি আংলং জিলাৰ ডিফুৰ বিস্তৃৰ্ণ অঞ্চলৰ লগতে হৰিলাল বস্তি আৰু ৰংনিহান বস্তিত ৷ কিন্তু বিভিন্ন ঠাইত আশ্ৰয় শিৱিৰৰ লগতে চৰকাৰ আৰু প্ৰশাসনৰ কম বেছি পৰিমানে সহায় সহযোগ দেখা গ'লেও চৰকাৰ তথা প্ৰশাসনৰ বান সাহাৰ্যই ঢুকি নাপালে ডিফুৰ হৰিলাল বস্তি আৰু ৰংনিহান বস্তিৰ বানাক্ৰান্ত এলেকাক ৷

Govt flood relief not reached at horilal bosti rongnihan area in diphu
নেৰা নেপেৰা বৰষুণৰ বাবে আকষ্মিক বানৰ কৱলত ডিফু

আনহাতে হৰিলাল বস্তি আৰু ৰংনিহান বস্তিৰ একমাত্ৰ যাতায়তৰ সম্বল বাঁহৰ দলং দুখন বানত ছিগি যোৱাত সম্পূৰ্ণৰূপে অঞ্চল দুটালৈ সম্পূৰ্ণ যোগাযোগ বিছিন্ন হৈ পৰিছে ৷ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ পৰা আৰু আৰম্ভ কৰি সংখ্যালঘু সকলৰ পদবীত থকা ব্যক্তি সকলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে নিজাববীয়াকৈ পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিছে ৷ একাংশ ৰাইজৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে মূল্যৱান নথিপত্ৰও নষ্ট হৈছে অকষ্মিক বানপানীত ৷

লগতে পঢ়তঃ তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি

Intro:চৰকাৰ তথা প্ৰশাসনৰ বান সাহায্যই ঢুকি নাপালে ডিফুৰ হৰিলাল বস্তি আৰু ৰংনিহান বস্তি বানাক্ৰান্ত এলেকাত ৷

ডিফু ২৮ অক্টোবৰ:- যোৱা কেইবাদিন ধৰি নেৰানোপেৰা বৰষুণত পাহাৰৰ পৰা অাচম্বিতে ঢল নামি আহি ডিফুৰ বিস্তৃৰ্ণ অঞ্চলৰ লগতে হৰিলালবস্তি ৰংনিহান বস্তিতো বলিয়া বিস্তৃত ক্ষতি সাধন কৰিলে ৷ কিন্তু বিভিন্ন ঠাইত আশ্ৰয় শিৱিৰৰ লগতে চৰকাৰ আৰু প্ৰশাসনৰ কম- বেছি পৰিমানে সহায় - সহযোগ দেখা গলেও কিন্তু হৰিলাল বস্তি আৰু ৰংনিহান এলেকাত তেনে কোনো সহায় সহযোগিতা পৰিলক্ষিত নহ'ল ৷ ইপিনে হৰিলাল বস্তি ৰংনিহান বস্তিৰ একমাত্ৰ যাতায়তৰ সম্বল বাঁহৰ দলং দুটা বানত ছিঙি যোগাযোগ বিশ্ছিন্নহৈ ৰাইজে ত্ৰাসি মধুসুধন সুঁৱৰিছে ৷ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ পৰা আৰু আৰম্ভ কৰি সংখ্যালঘু সকলৰ পদবীত থকা ব্যক্তি সকলেও একো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে আচৰ্য প্ৰকাশ কৰি ভাগ্যক দিয়াই পুণ সংস্থাপনৰ নিজাববীয়া ব্যৱস্থা কৰিছে ৷ একাংশ বানাক্ৰান্তই নিজৰ প্ৰয়োজনীয় নথিপত্ৰ মূল্যবান সামগ্ৰীও বানত নষ্ট হোৱা বুলি সাংবাদিকক জানিবলৈ দিছে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*****Conclusion:*****
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.