ETV Bharat / state

Food Poisoning : বোকাজানত খাদ্যত বিষক্ৰিয়াৰ ফলত পাঁচ গৰাকীকৈ যুৱতী অসুস্থ - খাদ্যত বিষক্ৰিয়া

খটখতিত খাদ্যত বিষক্ৰিয়া হৈ পাঁচ গৰাকীকৈ যুৱতী চিকিৎসাধীন । জানিব পৰা মতে, বুধবাৰৰ দুপৰীয়াৰ ভাগত খটখতিৰ জৰ টকবি গাঁৱৰ পাঁচ গৰাকীকৈ যুৱতীক বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

Five young women ill due to food poisoning in bokakhat
বোকাজানত খাদ্য বিষক্ৰিয়াৰ ফলত পাঁচ গৰাকীকৈ যুৱতী অসুস্থ
author img

By

Published : Nov 17, 2021, 9:46 PM IST

ডিফু, ১৭ নৱেম্বৰ: কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখতিত খাদ্যত বিষক্ৰিয়া হৈ পাঁচ গৰাকীকৈ যুৱতী চিকিৎসাধীন । জানিব পৰা মতে, বুধবাৰৰ দুপৰীয়া ভাগত খটখতিৰ জৰ টকবি গাঁৱৰ পাঁচ গৰাকীকৈ যুৱতীক বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

চিকিৎসকে প্ৰাথমিক পৰীক্ষা কৰি ঔষধ দিয়াৰ পাচতো যুৱতী কেইগৰাকী সুস্থ হোৱা নাছিল ৷ যুৱতী কেইগৰাকীৰ স্বাস্থ্যৰ অধিক অৱণতি ঘটাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰিছে ।

বোকাজানত খাদ্য বিষক্ৰিয়াৰ ফলত পাঁচ গৰাকীকৈ যুৱতী অসুস্থ

পুৱাৰ ভাগত ভজা ভাত আৰু ক্ৰীম বন খোৱাৰ পাছতেই Abandant life bibal নামৰ বিদ্যালয়ৰ মুঠ চৈধ্য গৰাকী যুৱতীৰ ভিতৰত পাঁচ গৰাকীৰ পেটৰ বিষৰ লগতে বমি হোৱা বুলি জানিবলৈ দিছে চিকিৎসকে ৷ পৰৱৰ্তী সময়ত লাহে লাহে যুৱতী কেইগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷

লগতে পঢ়ক: Winter Session of BTC Assembly: তীব্ৰ বাক-বিতণ্ডাৰে উত্তাল প্ৰথম দিনাৰ সদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.