ETV Bharat / state

ডিফুত ভয়ংকৰ অগ্নিকাণ্ডঃ জাহ গ'ল কেবালক্ষাধিক টকাৰ সম্পত্তি

author img

By

Published : Feb 29, 2020, 6:06 PM IST

কাৰ্বি আংলং জিলাৰ ডিফুত ভয়ংকৰ অগ্নিকাণ্ড ৷ জুইত জাহ যায় কেবালক্ষাধিক টকাৰ সম্পত্তি ৷

fire incident at diphu
ডিফুত ভয়ংকৰ অগ্নিকাণ্ডঃ জাঁহ গ'ল সহস্ৰাধিক টকাৰ সামগ্ৰী

ডিফু, ২৯ ফেব্ৰুৱাৰী : শনিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ আৱাসিক এলেকাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অৰুণ সিঙৰ ডিফু পাণবাৰীস্থিত বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অৰুণ তেৰাঙ বজাৰত ব্যৱসায়িক কামত ব্যস্ত থকাৰ সময়তে সংঘটিত হয় উক্ত ঘটনা ৷ উল্লেখ্য যে স্থানীয় লোকৰ সহায়ত অগ্নিৰ লেলিহান শিখাক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ অগ্নি নিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপীয়ে অগ্নি নিৰ্বাপক বাহনসহ ঘটনাস্থলীত উপস্থিত হৈ ঘন আবাসিক এলেকাটোৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ পৰা ৰক্ষা পৰে ৷ অগ্নিকাণ্ডৰ ফলত বিশেষ ক্ষতি নহ'লেও ঘৰৰ কাপোৰ-কানি,সহস্ৰাধিক টকাৰ ঘৰুৱা আঁচবাব অগ্নি কাণ্ডত জাঁহ যায় বুলি ভুক্তভোগী পৰিয়ালৰ লোকে মন্তব্য কৰে ৷

আৰু পঢ়ক : ডিফুৰ কয়লাজানত পথ দুৰ্ঘটনাঃআহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.