ETV Bharat / state

দশমস্থান প্ৰাপ্ত অলিন্দিতা কলিতাক সম্বৰ্ধনা ডিফু ডিএলএছএৰ - SEBA

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৪ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দশম স্থান অধিকাৰ কৰা ডিফুৰ অলিন্দিতা কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএই ৷ ফুলাম,গামোচা,জাপি আৰু মানপত্ৰ প্ৰদান কৰি উষ্ম আদৰণি জনাই ছাত্ৰী গৰাকীক ৷

Felecited by district judiciry ten rank holder diphu student

author img

By

Published : Jun 10, 2020, 6:47 PM IST

ডিফু, ১০ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৪ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দশম স্থান অধিকাৰ কৰা ডিফুৰ অলিন্দিতা কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএই ৷ ডিফুস্থিত অলিন্দিতা কলিতাৰ বাসগৃহত ডিএলএছএৰ এটি দল উপস্থিত হৈ অলিন্দিতা কলিতাক ডিএলএছৰ তৰফৰ পৰা ফুলাম,গামোচা, জাপি আৰু মানপত্ৰ প্ৰদান কৰি উষ্ম আদৰণি জনাই ছাত্ৰী গৰাকীক ৷

Felecited by district judiciry ten rank holder diphu student
আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা দশমস্থান প্ৰাপ্ত অলিন্দিতা কলিতাক সম্বৰ্ধনা

ডিএলএছএৰ দলটিত আছিল ডিএলএছএৰ অধিবক্তা ক্ৰমে,ৰুবি চৰকাৰ,শ্যামল শীল আৰু শিখা বৰুৱা লগতে ডিএলএছএ ষ্টাফ দীপাঞ্জলী দাস,প্ৰিয়ংকা শইকীয়া আৰু দিপেন্দ্ৰ ইংতি ৷ ডিএলএছএই অলিন্দিতাক শুভেচ্ছা জ্ঞাপন কৰি উজ্জল ভৱিষ্যত কামনা কৰে ৷

আনহাতে,মেধাৱী ছাত্ৰী অলিন্দিতালৈ মাননীয় জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হাকিম আৰু ডিএলএছএৰ সচিব নাগিব আহমেদে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক : শিক্ষা বিভাগৰ কোটি টকীয়া কেলেংকাৰী:গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.