ETV Bharat / state

ধনশিৰিত দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ বন্যহস্তী

author img

By

Published : Dec 4, 2019, 10:31 PM IST

হাতীটোৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ পৰা বন বিভাগৰ এটি চিকিৎসকৰ দল ডিফুত উপস্থিত হৈছে ৷

diphu
গুলীবিদ্ধ বন্যহস্তী

ডিফু, 4 ডিচেম্বৰঃ কাৰ্বি আংলঙৰ ধনশিৰি সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তৰ আক্ৰমণত এটা বন্যহস্তী গুলীবিদ্ধ হৈছে ৷ ধনশিৰি সংৰক্ষিত বনাঞ্চলত বন বিভাগে আঘাতপ্ৰাপ্ত অৱস্থাত হাতীটো উদ্ধাৰ কৰে ৷

দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ বন্যহস্তী

জানিব পৰা মতে, বনাঞ্চলখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী তুলাৰাম আৰু মিচিবাইলাম এলেকাত বন্যহস্তীটোয়ে আশ্ৰয় লৈ আছে ৷ উল্লেখ্য যে, বন্যহস্তীটো নাগালেণ্ডৰ ইটাংগীৰ বনাঞ্চলৰ পৰা ওলাই অহাৰ বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে হাতীটোৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ পৰা বন বিভাগৰ এটি চিকিৎসকৰ দল ডিফুত উপস্থিত হৈছে ৷

লগতে পঢ়ক - 'অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আছিল আৰু থাকিব'

Intro:ধনশিৰিত গুলীবিদ্ধ বন্যহস্তী৷
----------------------------------------

ডিফু, ৪ ডিচেম্বৰ: কাৰ্বি আংলঙৰ ধনশিৰি সংৰক্ষিত বনাঞ্চলত এটা বন্য হস্তী গুলীবিদ্ধ হৈছে ৷ ধনশিৰী সংৰক্ষিত বনাঞ্চলত বন বিভাগে প্ৰত্যক্ষ কৰিছে বন্যহস্তীটো বনাঞ্চলখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী তুলাৰাম অাৰু মিচিবাইলামত এলেকাত অাশ্ৰয় লৈ অাছে বন্যহস্তীটো ৷ বন্যহস্তীটো নাগেলেণ্ডৰ ইটাংগীৰ বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ বন বিভাগৰ ৷ ইতিমধ্যে কাজিৰঙাৰ পৰা ডিফুলৈ অাহিছে বন বিভাগৰ এটি চিকিৎসকৰ দল ৷

ছাইদল ইছলাম,ডিফু
৷Body:*******Conclusion:********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.