ETV Bharat / state

ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী

author img

By

Published : Apr 22, 2021, 7:25 PM IST

কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডি এল এছ এৰ উদ্যোগত ধৰিত্ৰী দিৱস উদযাপন কৰা হয় ৷ দিৱসৰ লগত সংগতি ৰাখি ডি এল এছ এয়ে ডিফু ন্যায়িক আদালত চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী
ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী

ডিফু, ২২ এপ্ৰিল: সমগ্ৰ বিশ্বই পালন কৰিছে ধৰিত্ৰী দিৱস । অসমৰো বিভিন্ন জিলাত বৃহস্পতিবাৰৰ দিনটোত পালন কৰা হৈছে এই দিৱস । কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডি এল এছ এৰ উদ্যোগত ধৰিত্ৰী দিৱস উদযাপন কৰা হয় ৷ দিৱসৰ লগত সংগতি ৰাখি ডি এল এছ এয়ে ডিফু ন্যায়িক আদালত চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী
ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী

সহকাৰী সত্ৰ ন্যায়াধীশ এম এইছ আনচাৰী, কাৰ্বি আংলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙ, ডি এল এছ এৰ সচিব নাগিব আহমেদে বৃক্ষৰোপণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ বৃক্ষৰোপণৰ পিছতে 'ধৰিত্ৰী দিৱস' সন্দৰ্ভত এক অনলাইন আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷

ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী
ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী

ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডি এল এছ এৰ অন্তৰ্ভুক্ত অধিবক্তা, ৱান ষ্টপ চেণ্টাৰৰ প্ৰতিনিধি, ডিফু উকিল সন্থাৰ প্ৰতিনিধি আৰু আইনৰ ছাত্ৰসকলে অনলাইন আলোচনাত অংশ গ্ৰহণ কৰে ৷ উক্ত আলোচনাত মূল বক্তা হিচাপে থাকে সুপ্ৰিয়া হাঞ্চু ৷ দীপাঞ্জলী দাসে আলোচনাচক্ৰ পৰিচালনা কৰে ৷

লগতে পঢ়ক:নগাঁৱত অৱহেলিত ক’ভিড আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.