ETV Bharat / state

ডিফুত জনজাতীয় সকলৰ আইনী অধিকাৰ সন্দৰ্ভত সজাগতা সভা

author img

By

Published : Mar 13, 2021, 12:36 PM IST

ডিফুত জনজাতীয়সকলৰ আইনী অধিকাৰ সন্দৰ্ভত সজাগতা সভা । জনজাতীয়সকলৰ বাবে থকা কেতবোৰ আইনী অধিকাৰ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়োৱা হয় । এই সজাগতা সভাৰ জৰিয়তে লাভান্বিত হোৱা বুলি মত প্ৰকাশ উপস্থিত লোকসকলৰ ।

ডিফুত জনজাতীয় সকলৰ আইনী অধিকাৰ সন্দৰ্ভত সজাগতা সভা
ডিফুত জনজাতীয় সকলৰ আইনী অধিকাৰ সন্দৰ্ভত সজাগতা সভা

ডিফু, ১৩ মাৰ্চ: কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ বিভিন্ন প্ৰশংসনীয় পদক্ষেপ । জিলাখনৰ সদৰ ডিফুত ইটোৰ পিছত সিটোকৈ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে । শুকুৰবাৰে ডিফুত জনজাতীয় লোকসকলৰ আইনী অধিকাৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ ডিষ্ট্ৰিক্ট লীগেল চাৰ্ভিছ অথ'ৰিটি চমুকৈ ডিএলএছৰ আৰু ওৱান ষ্টপ চেণ্টাৰৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয় সভাখন ।

সভাত জনজাতীয় লোকসকলৰ বাবে থকা কেতবোৰ আইনী অধিকাৰ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ জিলাখনৰ বহু সংখ্যক অনুসূচীত জাতি-জনজাতিৰ লোক এই সজাগতা সভাৰ জৰিয়তে লাভান্বিত হৈছে বুলি মত প্ৰকাশ কৰে ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদ, অধিবক্তা ৰবিনচন হাঞ্চে আৰু কাৰ্বি আংলং জিলা ওৱান ষ্টপ চেণ্টাৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ইস্টা টেৰণপী উপস্থিত থাকি জনজাতীয়সকলৰ আইনী অধিকাৰ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু যোৰহাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.