ETV Bharat / state

উত্তৰ-পূৱ ভাৰত আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ প্ৰশংসনীয় পদক্ষেপ - লাহৰিজান দুদুকলনিত এক বিধ্বংসী অগ্নিকাণ্ড

লাহৰিজান অগ্নিকাণ্ডত আক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ মাজত নগধ ধন বিতৰণৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কিতাপ-পত্ৰ,ইউনিফৰ্ম,ব্যক্তিগত খণ্ডৰ বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া মাছুল ইত্যাদিৰ বাবে ক্ৰমে,৫ হাজাৰ,৪ হাজাৰ,৩ হাজাৰ আৰু ২ হাজাৰ টকাকৈ প্ৰায় ২ লাখ টকাৰ নগদ ধন বিতৰণ কৰে ৷

Diphu north- east nadwat ut tamir donate cash to fire victim students at lahorijan
উত্তৰ-পূৱ ভাৰত আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ প্ৰশংসনীয় পদক্ষেপ
author img

By

Published : Aug 9, 2020, 6:27 PM IST

ডিফু, ৯ আগষ্টঃ যোৱা মাহত কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৰ লাহৰিজান দুদুকলনিত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাৰ পিছত উত্তৰ-পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ নাগালেণ্ড ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত দেওবাৰে লাহৰিজানত অগ্নিকাণ্ডত আক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ মাজত সাহাৰ্য হিচাপে নগদ ধন বিতৰণ কৰে ৷

Diphu north- east nadwat ut tamir donate cash to fire victim students at lahorijan
উত্তৰ-পূৱ ভাৰত আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ প্ৰশংসনীয় পদক্ষেপ

উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ শতাধিক ঘৰ জ্বলি ভষ্মীভূত হোৱাৰ লগত এটি ফুল কুমলীয়া শিশুৰ জীৱন নাশ হৈছিল ৷ অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাইছিল আক্ৰান্ত লোকসকলে ৷ আনহাতে আক্ৰান্ত সকলৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনলৈ নামি আহিছিল ঘোৰ অন্ধকাৰ ৷ ইতিমধ্যে বহু ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন সমূহে আক্ৰান্তসকললৈ বিভিন্ন ধৰণে সাহাৰ্য আগবঢ়াইছে ৷ সেই একে উদ্দেশ্য আগত ৰাখি আক্ৰান্তসকললৈ মানৱীয় দৃষ্টিভংগীৰে আৰু সহানুভূতি দেখুৱাইছে উত্তৰ-পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰে ৷

দেওবাৰে নদওৱাতুত তামিৰৰ উদ্যোগত আক্ৰান্ত সকলো ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কিতাপ-পত্ৰ,ইউনিফৰ্ম,ব্যক্তিগত খণ্ডৰ বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া মাছুল ইত্যাদিৰ বাবে ক্ৰমে,৫ হাজাৰ,৪ হাজাৰ,৩ হাজাৰ আৰু ২ হাজাৰ টকাকৈ প্ৰায় ২ লাখ টকাৰ নগদ ধন বিতৰণ কৰে বুলি উত্তৰ-পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ নাগালেণ্ড ৰাজ্যিক সমিতিৰ প্ৰচাৰ সম্পাদক মওলানা মঃ ইব্ৰাহিমে জানিবলৈ দিয়ে ৷

আজিৰ উক্ত কাৰ্যসূচীত নদওৱাতুত তামিৰৰ কাৰ্বি আংলং জিলাৰ কৰ্মী বৃন্দ জোনাব ছুফিয়ান,আব্দুল ছালাম,এনামুদ্দিন,বিশিষ্ট সমাজ সেৱক আব্দুল মন্নান, দুদু কলনি টিলা বস্তিৰ ইমাম মওলানা ছফিকুল ইছলাম প্ৰমূখ্য কৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷ যিসকল দল-সংগঠন বা ৰাইজে অগ্নিকাণ্ডত আক্ৰান্ত সকললৈ সহায়ৰ হাত আগবঢ়াইছে তেওঁলোকৰ সকলোকে উত্তৰ-পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ মওলানা মঃ ইউছুফ আলী আৰু সাধাৰণ সম্পাদক আতাউৰ ৰহমান মাঝাৰ ভূঁঞাই শলাগ লোৱা দেখা গৈছে ৷

লগতে পঢ়কঃ আপোনাৰ অকণমান সহায়ে এগৰাকী কণমানি কৰ্কট ৰোগী শিশুক সুস্থ কৰি তুলিব পাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.