ETV Bharat / state

ৰমজানৰ সৈতে সংগতি ৰাখি ইফতাৰ বিতৰণ ডিফু জিলা কাৰাগাৰত - Diphu Jail

ডিফু মুছলিম সমাজৰ উদ্যোগত জিলা কাৰাগাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক বসুমতাৰীৰ তৎপৰতাত বিতৰণ কৰে সামগ্ৰীসমূহ ৷

ৰমজানৰ ৰোজাৰ ইফতাৰ আয়োজন
author img

By

Published : May 18, 2019, 7:36 PM IST

ডিফু, 18 মেঃ পবিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি ডিফু জিলা কাৰাগাৰত ইফতাৰৰ সামগ্ৰী বিতৰণ কৰে ডিফু মুছলিম সমাজে ৷ কাৰাগাৰত বন্দী হৈ থকা মুছলমান লোকসকলৰ মাজত এইদৰে ইফটাৰৰ খাদ্য সামগ্ৰী বিতৰণ কৰে ডিফু মুছলিম সমাজে ৷

ৰমজানৰ ৰোজাৰ ইফতাৰ আয়োজন

মুছলিম সমাজৰ হৈ কাৰাগাৰটোলৈ যোৱা দলটোৱে কয়দীসকলৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু ফল-মূল,জহা চাউল,কুকুৰা,আমোল তাজা,বুটমাহ,খেজুৰ,চেনি আৰু নেমু বিতৰণ কৰে ৷ জিলা কাৰাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক বসুমতাৰীৰ তৎপৰতাত বিতৰণ কৰে সামগ্ৰীসমূহ ৷

Intro:ডিফু জিলা কাৰাগাৰৰ মুছলমান কাৰাবন্দীৰ মাজত ইফতাৰ বিতৰণ৷
Body:
---------------------------------------- ডিফু, ১৮ মে':- পৱিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি আজি ডিফুৰ মুছলিম সমাজে ডিফুৰ জিলা কাৰাগাৰৰ ইছলাম ধৰ্মালম্বী কাৰাবন্দীৰ মাজত ৰমজানৰ ৰোজাৰ ইফতাৰ বিতৰণ কৰে ৷ মুছলিম সমাজৰ হৈ কাৰাগাৰটোলৈ যোৱা দলটোৱে কয়দী সকলৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু ফলমূল , জহা চাউল, কুকুৰা, তাজা আমোল , বুটমাহ খেজুৰ, চেনি আৰু নেমু লগত লৈ যায় ৷ জিলা কাৰাগাৰত মুছলিম সমাজৰ দলটোৱে কাৰগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক বসুমতাৰীক সাক্ষাৎ কৰি কাৰাবন্দী সকলৰ বুজ লোৱাৰ লগতে তেওঁৰ অনুমতি সাপেক্ষে বিষয়া গৰাকীৰ উপস্থিতিত কয়দী সকলক ইফতাৰৰ সামগ্ৰী সমুহ চমজাই দিয়ে ৷ আনহাতে দলটোৱে কয়দী সকলক নিজৰ ভূলবোৰ শুধৰাই লগতে আত্ম সংশোধন কৰি এটি সৎ আৰু শুদ্ধ জীৱন যাপন কৰিবলৈ আহ্বান জনায় ৷ ইফালে কয়দী সকলে পৱিত্ৰ ৰমজান মাহত ডিফু মুছলিম সমাজে আগবঢ়োৱা ইফতাৰ সামগ্ৰীৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷

ছাইদুল ইছলাম, ডিফুConclusion:***************************************

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.