ETV Bharat / state

Dengue Prevention Campaign: ডিফুত আঠুঁৱা ঔষধযুক্তকৰণ অভিযান

author img

By

Published : Oct 18, 2022, 12:52 PM IST

Updated : Oct 18, 2022, 12:58 PM IST

ডিফুত মাৰাত্মক ডেংগু বেমাৰ প্ৰতিৰোধৰ বাবে মেলেৰিয়া বিভাগৰ আঠুঁৱা ঔষধযুক্তকৰণ অভিযান(Distribution of Medicated net for malaria department)৷

Dengue Prevention Campaign by assam Govt
Dengue Prevention Campaign: ডিফুত আঠুৱা ঔষধযুক্তকৰণ অভিযান

ডিফু,১৭ অক্টোবৰ: ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা(Dengue cases increasing) । ভয়ানক ৰূপ ধাৰণ কৰাৰ পূৰ্বে ৰোগবিধ প্ৰতিৰোধৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে চৰকাৰক ৷ সংশ্লিষ্ট বিভাগে পোনপ্ৰথমে ডেংগু হ'ব পৰা স্থানসমূহ চিনাক্ত কৰি আঠুঁৱা ঔষধযুক্তকৰণ অভিযান আৰম্ভ কৰিছে (Distribution of Medicated net for malaria department)৷

ডিফু আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত হঠাতে প্ৰাদুৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে মাৰাত্মক ডেংগু ৰোগৰ (Dengue cases in Assam)৷ প্ৰতিৰোধৰ বাবে জিলা মেলেৰিয়া বিভাগে চলাইছে প্ৰতিৰোধমূলক ব্যৱস্থা । ডিফুৰ যিসমূহ অঞ্চলত ডেংগু বেমাৰে দেখা দিছে সেই অঞ্চলসমূহত মেলেৰিয়া বিভাগৰ তৰফৰ পৰা বিতৰণৰ ব্যৱস্থা কৰা হৈছে আঠুঁৱাৰ ঔষধযুক্তকৰণ ৷

প্ৰতিখন আঠুঁৱা ঔষধযুক্তকৰণৰ পাছতহে ৰাইজৰ মাজত বিতৰণ কৰা পৰিলক্ষিত হৈছে (Medicated net distributed among people)। সোমবাৰে ডিফুৰ হৰিলালবস্তি এলেকাত মেলেৰিয়া বিভাগে স্থানীয় বাসিন্দাসকলৰ আঠুঁৱাত ঔষধিকৰণ কৰে(Malaria department) । উক্ত অভিযানত নেতৃত্ব প্ৰদান কৰা তত্ত্বাৱধান বিষয়া জিতেন ক্ৰ'ই সাংবাদিকৰ সৈতে হোৱা বাৰ্তলাপত কয় যে, ডেংগুক প্ৰতিৰোধ কৰিবলৈ মেলেৰিয়া বিভাগে ইতিমধ্যে আক্ৰান্ত এলেকাত আঠুঁৱা ঔষধীকৰণ, বিজানুনাশক ধোঁৱা আদি ব্যৱহাৰ কৰিছে ৷ তদুপৰি নলা-নৰ্দমাসমূহত পানী জমা হৈ যাতে ডেংগু মহ বিয়পিব নোৱাৰে অৰ্থাৎ ডেংগু মহৰ প্ৰকোপ বৃদ্ধি নহয় তাৰ বাবে মেলেৰিয়া বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে ।

আনহাতে মেলেৰিয়া বিভাগৰ জৰিয়তে ৰাইজৰ মাজত ডেংগু সজাগতামূলক গোহৰিও বিতৰণ কৰা পৰিলক্ষিত হয় সোমবাৰৰ দিনটোত । ডেংগু বেমাৰ প্ৰতিৰোধৰ বাবে চলোৱা এই অভিযানত তত্তাৱধায়ক কৰ্মী বাবুৰাম চেত্ৰী, এম পি ডব্লিও আৰু আশা কৰ্মী সকলেও অংশ গ্ৰহণ কৰে(Dengue Prevention Campaign by Assam Govt)।

লগতে পঢ়ক: Recruitment examination Result: মঙলবাৰে ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল

Last Updated : Oct 18, 2022, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.