ETV Bharat / state

ডিফুত মটৰ চাইকেল চুৰি - ডিফুৰ নিকটৱৰ্তী অঞ্চল হৰিলালবস্তিৰ কালী মন্দিৰৰ ওচৰৰে নিৱাসী এজন শ্ৰমিকৰ ঘৰৰ পৰা এখন পালচাৰ মটৰ চাইকেল

কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ নিকটৱৰ্তী অঞ্চল হৰিলালবস্তিৰ কালী মন্দিৰৰ ওচৰৰে নিৱাসী এজন শ্ৰমিকৰ ঘৰৰ পৰা এখন পালচাৰ মটৰ চাইকেল লৈ উধাও হয় ধৃত চোৰে ।

ডিফুত মটৰ চাইকেল চুৰি
ডিফুত মটৰ চাইকেল চুৰি
author img

By

Published : Jan 16, 2021, 6:08 PM IST

ডিফু,১৬ জানুৱাৰী: ৰাজ্যত অব্যাহত আছে চোৰ-ডকাইতৰ ঘটনা । কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো ক্ৰমে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে নিশা ডিফুৰ নিকটৱৰ্তী অঞ্চল হৰিলালবস্তিৰ কালী মন্দিৰৰ ওচৰৰে নিৱাসী এজন শ্ৰমিকে নিশা শুই থকা অৱস্থাত ঘৰৰ চৌহদৰ পৰা AS07F ২৭৫৪ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেল লৈ উধাও হয় ধৃত চোৰে । পিছদিনা পুৱা শ্ৰমিকজনে শুই উঠি তেওঁৰ মটৰ চাইকেলখন নেদেখি চাৰিওফালে বিচাৰ-খোচাৰ কৰিও একো সন্ধান উলিয়াব নোৱাৰাত ডিফু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

ডিফুত মটৰ চাইকেল চুৰি
ডিফুত মটৰ চাইকেল চুৰি

ইফালে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ডিফু চহৰৰ পৰা এইদৰে গাড়ী চোৰে উপদ্ৰপ চলাই অহাত স্থানীয় আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.