ETV Bharat / state

ডিফুত চীপলৈ থকা অৱস্থাত উদ্ধাৰ বেংক কৰ্মচাৰীৰ মৃতদেহ - Tridip chaudang hang body rescued from Diphu

ঘৰৰ মালিক দিলীপ ঘোষৰ পুত্ৰই জনোৱা মতে, মৃত যুৱকজনৰ সহকৰ্মীয়ে ত্ৰিদিপক ফোনত সংযোগ কৰিব নোৱাৰাত নিশাই ঘৰৰ মালিকক যোগাযোগ কৰে ৷ আনহাতে, ত্ৰিদিপৰ কোঠা বন্ধ হৈ থকাৰ ফলত লগে লগে ঘৰৰ মালিকে ভেণ্টিলেটৰেৰে চাই আৰু ত্ৰিদিপক গামোছাৰে চীপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷

ডিফুত বেংকৰ কৰ্মচাৰী চীপলৈ আত্মহত্যা
ডিফুত বেংকৰ কৰ্মচাৰী চীপলৈ আত্মহত্যা
author img

By

Published : Jan 23, 2020, 6:33 PM IST

ডিফু, ২৩ জানুৱাৰীঃ কাৰ্বি আংলং জিলাৰ ডিফুত চীপলৈ থকা অৱস্থাত বেংক কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা ধৰমনালাস্থিত দিলীপ ঘোষৰ ঘৰত ভাৰাতীয়া হিচাবে থকা এজন বেংক কৰ্মচাৰীয়ে নিজ কোঠাতে চীপলৈ আত্মহত্যা কৰে ৷ মৃত যুৱকজন মৰিগাঁও জিলাৰ গাগলমাৰী গাঁৱৰ বলোৰাম চাউদাঙৰ পুত্ৰ ত্ৰিদিপ চাউদাং(29) ৷

লগতে পঢ়কঃ গণৰাজ্য দিৱস উপলক্ষে বৰলুইতত নদী আৰক্ষীৰ অভিযান

ঘৰৰ মালিক দিলীপ ঘোষৰ পুত্ৰই জনোৱা মতে, মৃত যুৱকজনৰ সহকৰ্মীয়ে ত্ৰিদিপক ফোনত সংযোগ কৰিব নোৱাৰাত নিশাই ঘৰৰ মালিকক যোগাযোগ কৰে ৷ আনহাতে, ত্ৰিদিপৰ কোঠা বন্ধ হৈ থকাৰ ফলত লগে লগে ঘৰৰ মালিকে ভেণ্টিলেটৰেৰে চাই আৰু ত্ৰিদিপক গামোছাৰে চীপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ঘৰৰ মালিকে ততাতৈয়াকৈ যুৱকজনৰ পৰিয়ালৰ লোকক খবৰ দিয়ে ৷

বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ লোক আহি দণ্ডাধীশ কে জিমি আকু আৰক্ষীৰ উপস্থিতিত কোঠাটো খুলি যুৱকজনক মজিয়াত চিতহৈ পৰি থকা প্ৰত্যক্ষ কৰে ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি ৫ মাহ পূৰ্বৰে পৰা ডিফুৰ NEFC বেঙ্কত ছিংগল উইনড'অপাৰেটৰ পদত কৰ্মৰত আছিল ত্ৰিদিপ চাউদাং ৷ লগতে ২০২১ চনত বিবাহৰ দিন ধাৰ্য কৰা হৈছিল ত্ৰিদিপৰ ৷ বৰ্তমানলৈ মৃত্যুৰ কাৰণ জানিব পৰা যোৱা নাই যুৱকজনৰ ৷

Intro:ডিফুত চীপলৈ আত্মহত্যা বেংক কৰ্মচাৰীৰ
------------------------------------------------------------------------ ডিফু, ২৩ জানুৱাৰী:- কাৰবি আংলং জিলাৰ ডিফুত বেংকৰ কৰ্মচাৰী চীপলৈ আত্মহত্যা কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱানিশা ধৰমনালাস্থিত দিলীপ ঘোষৰ ভাড়াঘৰত ভাড়া কোঠালৈ থকা বেংক কৰ্মচাৰীজন নিজৰ শোৱাকোঠাতে চীপলৈ আত্মহত্যা কৰে ৷ঘৰ মালিক দিলীপ ঘোষৰ পুত্ৰই জনোৱা অনুসৰি বেংকৰ ষ্টাফেহে কৰ্মচাৰীজনৰ লগত ফোন সংযোগ নোপোৱাত ঘৰ মালিকক নিশাই যোগাযোগ কৰে ৷ ইয়াৰ পিছত ঘৰ মালিকে কৰ্মচাৰীজনৰ ভাড়াকোঠালৈ ঘৰৰ দৰ্জা ভতৰফালৰ বন্ধ থকাত ভেণ্টিলেটৰ ফুটাৰে চাই কৰ্মচাৰীজন গামোছাৰে চীপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে কৰ্মচাৰীজনৰ মৰিগাও স্থিত পৰিয়ালৰ লোকক খবৰ দিয়া হয় ৷ আজি পুৱা পৰিয়ালৰ লোক আহি দণ্ডাধীশ কে জিমি আকু আৰক্ষীৰ উপস্থিতিত ভাড়াকোঠাৰ দৰ্জা খুলি কৰ্মচাৰীজনক চীপৰ পকা তলৰ পকা মজিয়াত চিতহৈ পৰি থকা প্ৰত্যক্ষ কৰে ৷পৰিয়ালৰ লোকে জনোৱা অনুসৰি কৰ্মচাৰীজন মৰিগাও জিসাৰ মৰিগাও থানা এলেকাধীন গাগলমাৰী গাঁৱৰ বলোৰাম চাউজাঙৰ পুত্ৰ ত্ৰিদিপ চাউদাঙ(29) ৷ যোৱা ৫ মাহ পূৰ্বে ডিফুৰ এনইএছএফ বেঙ্কত ছিংগল উইনড'অপাৰেটৰ পদত কৰ্মৰত আছিল লগতে ২০২১ চনচ চেওঁৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল ৷ বাতৰি লিখা কৰ্মচাৰীজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই

ছাইদুল ইছলাম, ডিফু ৷Body:******Conclusion:********

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.