ETV Bharat / state

হাজোত ওলাইছে নৰখাদক নৰমনিচ - younger brothet bites elder brothers tongue in a scuffle

হাজোত সংঘটিত হ'ল পৃথিৱীত নোহোৱা নোপোজা ঘটনা ৷ এজন লোকৰ জিভা কামুৰি ছিঙি চোবাই খালে ভাতৃয়ে ৷ অবৈধ জুৱা খেল ভাঙিবলৈ যোৱাৰ পৰিণতি ৷

হাজোত ওলাইছে নৰখাদক নৰমনিচ
author img

By

Published : Oct 19, 2019, 6:43 PM IST

Updated : Oct 19, 2019, 7:40 PM IST

হাজো,19 অক্টোবৰঃ আজব দেশৰ গজব কাহিনী । হাজোত নৰখাদক নৰমনিচ ওলাইছে । পৃথিৱীত নোহোৱা নোপোজা ঘটনাৰ সম্নুখীন হ'ল হাজোৰ বাগটাৰ দিগন দাস নামৰ লোকজন ৷ ঘৰৰ ওচৰতে হৈ থকা জুৱা খেলৰ বিৰোধিতা কৰি জুৱা খেল ভাঙিবলৈ গৈ দেহৰ এটা অংগ হেৰুৱালে ব্যক্তিজনে ৷ সম্পৰ্কীয় ভাতৃ জগন্নাথ দাসে দিগন দাসৰ গাৰ ওপৰত জপিয়াই পৰি কামুৰি ছিঙি চোবাই খালে দিগন দাসৰ জিভা ৷ ঘটনা সংঘটিত কৰাৰ পাছতেই সম্প্ৰতি পলাতক অৱস্থাত আছে জগন্নাথ দাস ৷

ভাতৃয়ে কামুৰি ছিঙিলে ভাতৃৰ জিভা

লগতে পঢ়কঃমাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ

Intro:Slug- HAJO- JUWA DANGEROUS INCIDENT
*হাজোত এজন লোকৰ জিভা কামুৰি ছিঙি নিলে এজনে

Script- হাজোৰ বাগটাত শিহৰনকাৰী ঘটনা। নৰখাদক নৰ মনিষ ওলাইছে হাজোত। আজব দেশৰ গজব কাহিনী। কাহানিও নোহোৱা নুপুজা ঘটনা সংঘটিত হল হাজোত। Body:জুৱা খেল ভাঙিবলৈ যোৱাৰ ভয়ংকৰ পৰিণতি। সম্পৰ্কীয় ভাতৃৰ জিভা খন কামুৰি ছিঙি নি চোবাই খালে ভাতৃয়ে। এইজন বাগটাত দিগন দাস- ঘৰৰ ওচৰতে হৈ থকা জুৱা খেলৰ বিৰোধিতা কৰি জুৱা খেল ভাঙিবলৈ গৈছিল দিগন দাস। জুৱা ভাঙিবলৈ যোৱাটো অপৰাধ হল দিগন দাসৰ। সম্পৰ্কীয় ভাতৃ জগন্নাথ দাসে জঁপিয়াই পৰিল দিগন দাসৰ ওপৰত। হেঁচা মাৰি ধৰি দিগন দাসৰ জিভা খনক কামুৰি ছিঙি আনিলে। Conclusion: কাহানিও নোহোৱা নুপুজা ঘটনা সংঘটিত হল হাজোত। সাধৰণ ঘটনাৰ আলমত জিভা খন কামুৰি নিয়া ঘটনাক লৈ হাজোত চাঞ্চল্য অব্যাহত। ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ। পলাতক অৱস্থাত আছে জগন্নাথ দাস।
Last Updated : Oct 19, 2019, 7:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.