কামৰূপ, 6 এপ্ৰিলঃ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে নাৰায়ণা চিকিৎসালয়ৰ অভিলাসী প্ৰয়াস ৷ অৰ্থপেডিক ক্লিনিক শীৰ্ষক এক অনুষ্ঠানেৰে ৰোগীৰ মাজত সজাগতা বৃদ্ধিৰ এক চেষ্টা চিকিৎসালয় কৰ্তৃপক্ষৰ ৷ অনুষ্ঠানত শতাধিক ৰোগী সৈতে মত-বিনিময় কৰে চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষই ৷ দুই শতাধিক অৰ্থচাৰ্জাৰীৰে ৰাজ্যৰ স্বাস্থ্য সেৱালৈ আমূল পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই । যাৰ ফলত নাৰায়ণা চিকিৎসালয়ত অত্যাধুনিক সকলো ধৰণৰ অৰ্থ আৰু লিগামেন্ত চাৰ্জাৰী সম্ভৱ বুলি মন্তব্য কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷
নাৰায়ণা চিকিৎসালয়ত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে সজাগতা সভা - নাৰায়ণা হস্পিতাল
অৰ্থপেডিক ক্লিনিক শীৰ্ষক এক অনুষ্ঠানেৰে ৰোগীৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা চিকিৎসালয় কৰ্তৃপক্ষৰ ৷ অনুষ্ঠানত শতাধিক ৰোগীৰ সৈতে মত-বিনিময় কৰে চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষই ৷ দুই শতাধিক অৰ্থচাৰ্জাৰীৰে ৰাজ্যৰ স্বাস্থ্য সেৱালৈ আমূল পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই
কামৰূপ, 6 এপ্ৰিলঃ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে নাৰায়ণা চিকিৎসালয়ৰ অভিলাসী প্ৰয়াস ৷ অৰ্থপেডিক ক্লিনিক শীৰ্ষক এক অনুষ্ঠানেৰে ৰোগীৰ মাজত সজাগতা বৃদ্ধিৰ এক চেষ্টা চিকিৎসালয় কৰ্তৃপক্ষৰ ৷ অনুষ্ঠানত শতাধিক ৰোগী সৈতে মত-বিনিময় কৰে চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষই ৷ দুই শতাধিক অৰ্থচাৰ্জাৰীৰে ৰাজ্যৰ স্বাস্থ্য সেৱালৈ আমূল পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই । যাৰ ফলত নাৰায়ণা চিকিৎসালয়ত অত্যাধুনিক সকলো ধৰণৰ অৰ্থ আৰু লিগামেন্ত চাৰ্জাৰী সম্ভৱ বুলি মন্তব্য কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷
👉অৰ্থপেডিক ক্লিনিক শীৰ্ষক এক অনুষ্ঠানেৰে ৰোগীৰ
মাজত সজাগতা বৃদ্ধিৰ এক চেষ্টা।
👉শতাধিক ৰোগীৰে মত-বিনিময় চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ।
👉দুই শতাধিক অৰ্থচাৰ্জাৰীৰে ৰাজ্যৰ স্বাস্থ্য সেৱালে আমোলা পৰিৱৰ্তন অনা কথা ঘোষণা চিকিৎসালয় কৰ্তৃপক্ষৰ।
👉অতাধুনিক সকলো ধৰণৰ অৰ্থ আৰু লিগামেন্ত চাৰ্জাৰী সম্ভৱ নাৰায়ণ হস্পিতালত ।
👉চিকিৎসালয় খনত চাৰ্জাৰীকৰি সুফল পোৱা ৰোগী সকলে ভূয়সী প্ৰসংসা কৰিলে।
Body:।
Conclusion:।ফটো তুলিব পাহৰিলো।