ETV Bharat / state

বকোত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

author img

By

Published : Dec 7, 2019, 11:18 AM IST

Updated : Dec 7, 2019, 12:18 PM IST

জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে বামুণীগাঁও অঞ্চলটোত শুকুৰবাৰে নিশা চলাইছিল উপদ্ৰৱ। হাতী অহাৰ উমান পাই পলাবলৈ লওঁতেই জামাল নামৰ লোকজনক আক্ৰমণ কৰে হাতীটোৱে ৷

বকো
বকোত বনৰীয়া হাতীৰ আক্ৰমণত নিহত 1

বকো, 7 ডিচেম্বৰঃ বকোৰ মালাং বামুণীগাঁৱত অঘটন । বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন । নিহত যুৱকজনৰ নাম জামাল ৰাভা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা হাতী এটাই অঞ্চলটোত শুকুৰবাৰে নিশা উপদ্ৰৱ চলাইছিল অঞ্চলটোত। হাতী অহাৰ উমান পাই পলাবলৈ লওঁতেই জামালক আক্ৰমণ কৰে হাতীটোৱে। বহু দিনৰ পৰাই বনৰীয়া হাতীটোৱ অঞ্চলতোত উপদ্ৰৱ চলাই আছিল বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

বকোত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

আনহাতে,স্থানীয় ৰাইজে বকো আৰক্ষী আৰু বন বিভাগক খবৰ দিয়াৰ পাচত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

আৰু পঢ়কঃ উৎকোচ লৈ জালত পৰিল APDCLৰ শীৰ্ষ বিষয়া

Intro:Body:বকোৰ মালাং বামুণীগাঁৱত নিশা অঘটন। বনৰীয়া হাতী এটাৰ আক্ৰমণত এজন নিহত। নিহত যুৱকজন জামাল ৰাভা (৩৮)। জাকৰ পৰা ফালৰি কাটি অহা হাতী এটাই চলাই হৈছে উপদ্ৰৱ। হাতী অহাৰ উমান পাই পলাবলৈ লওঁতেই জামালক আক্ৰমণ কৰে হাতীটোৱে। বহু দিনৰ পৰাই বনৰীয়া হাতীটোৱ অঞ্চলতোত উপদ্ৰৱ চলাই আছিল। আনহাতে, স্থানীয় ৰাইজ বকো আৰক্ষী আৰু বন বিভাগক খবৰ দিয়াত তেওঁলোকে আহি উপস্থিত হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো আৰক্ষীয়ে লৈ যায়।Conclusion:
Last Updated : Dec 7, 2019, 12:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.