ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক 5 দিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

author img

By

Published : Jul 10, 2020, 5:54 PM IST

Updated : Jul 10, 2020, 6:16 PM IST

এফালে কৰ'ণা সন্ত্ৰাস আনফালে বানৰ ফলত বানপীড়িতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আন এক সতৰ্কতা ৷

weather-forecast-for-5days-northeast-and-assam
উত্তৰ-পুৰ্বাঞ্চলত আগন্তুক 5 দিনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

দক্ষিণ কামৰূপ, 10জুলাইঃ ৰাজ্যত কৰ'ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সমান্তৰাভাৱে এতিয়া পুনৰ এক সমস্যাই দেখা দিছে ৰাজ্যত । ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত দৈনিক বানত বুৰ গৈছে ন-ন অঞ্চল। দৈনিক ন-ন অঞ্চলসমূহ বানত বুৰাৰ লগে লগে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্লাৱিত অঞ্চল সমূহ। এফালে কৰ'ণা সন্ত্ৰাস আনফালে বানৰ সন্ত্ৰাসৰ ফলত বানপীড়িতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আন এক সতৰ্কতা।

শুকুৰবাৰৰ পৰা আগন্তুক ৫ দিন অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত অসমকে ধৰি নাগালেণ্ড,মণিপুৰ,মিজোৰাম,অৰুণাচলত কম-বেছি পৰিমানে বৰষুণ দিয়াৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
লগতে পঢ়কঃ চৰাইদেউত স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ

Last Updated : Jul 10, 2020, 6:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.