ETV Bharat / state

ৰঙিয়াত পুনৰ বিকল ইভিএম

ৰঙিয়াৰ 40 নং সিদ্ধিনাথ এল পি স্কুল ভোট কেন্দ্ৰত বিকল হয় ইভিএম । ফলত বৰ্তমান স্থগিত ৰখা হৈছে ভোটদান প্ৰক্ৰিয়া ।

author img

By

Published : Apr 18, 2019, 12:07 PM IST

ৰঙিয়াত পুনৰ বিকল ইভিএম

ৰঙিয়া,18 এপ্ৰিল: আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা 7 বজাৰ পৰা ৰাজ্যৰ 5 টা সমষ্টিত আৰম্ভ হোৱা ভোটগ্ৰহণত ইতিমধ্যে কেইবাঠাইতো বিকল হৈছে ইভিএম ৷ ৰঙিয়াৰ কেইবাঠাইতো সংঘটিত হৈছে বিকল ইভিএমৰ ঘটনা । ফলত স্থগিত ৰখা হৈছে ভোটদান প্ৰক্ৰিয়া । ৰঙিয়াৰ 40 নং সিদ্ধিনাথ এল পি স্কুল ভোট কেন্দ্ৰত বিকল হয় ইভিএম । ফলত বৰ্তমান স্থগিত ৰখা হৈছে ভোটদান প্ৰক্ৰিয়া ।

Intro:ৰঙিয়াৰ ৪০ নং সিদ্ধিনাথ এল পি স্কুল ভোট কেন্দ্ৰত ইভিএম বিকল । বৰ্তমান ভোটদান স্থগিত আছে।

Body:ৰঙিয়াৰ ৪০ নং সিদ্ধিনাথ এল পি স্কুল ভোট কেন্দ্ৰত ইভিএম বিকল । বৰ্তমান ভোটদান স্থগিত আছে।

Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.