গুৱাহাটী , 14 জুলাই : ৰাজ্যত এতিয়া প্ৰলয়ংকাৰী বানৰ সংহাৰ ।বানত বুৰ গৈছে শ শ কৃষি ভূমি । ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি বাঢ়িছে খাদ্য সামগ্ৰীৰ মূল্য ।
মহানগৰীৰ বজাৰত ইটিভি ভাৰতৰ সাংবাদিক--
মহানগৰীৰ বজাৰত এতিয়া শাক পাচলিৰ আকাশলংঘী মূল্য । বজাৰলৈ গৈ পাচলিৰ মূল্য দেখি উপায়বিহীন হৈছে ক্ৰেতা । জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি হৈছে সামগ্ৰী ক্ৰয় কৰাত ।
ক্ৰেতাই ব্যক্ত কৰিলে নিজৰ মতামত--
বানৰ বাবেই মহানগৰীৰ বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে বুলি মন্তব্য কৰে ব্যৱসায়ীসকলে ।
শুনক বিক্ৰেতাৰ মন্তব্য--
এনে অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাত সংশ্লিষ্ট বিভাগ আৰু প্ৰশাসনে গ্ৰহণ কৰিবনে ফলপ্ৰসূ ব্যৱস্থা?