ETV Bharat / state

মহানগৰীত কয়লাসহ দুখন ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত কয়লাৰ কলা বেহা!

author img

By

Published : Mar 28, 2019, 3:13 PM IST

মহানগৰীত কয়লা সহ দুখন ট্ৰাক জব্দ

গুৱাহাটী, ২৮ মাৰ্চঃৰাজ্যত অব্যাহত কয়লাৰ ক'লা বেহা । তথ্য অনুসৰিমহানগৰ আৰক্ষী আৰু যোৰাবাট আৰক্ষীয়ে যুটীয়া অভিযানত AS-01CC-4534 আৰু BR-10G-3780 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয়।নথি পত্ৰ অবিহনে কয়লা কঢ়িওৱাj বাবে ট্ৰাক দুখন জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে ট্ৰাক চালক কেইজনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষী ।

Intro:কয়লা কঢ়িওৱা দুখন ট্ৰাক জব্দ। দুজন চালকক গ্ৰেপ্তাৰ।

Body:ৰাজ্যত অব্যাহত আছে কয়লাৰ কলা বেহা। নাগালেণ্ডৰ পৰা বিহাৰলৈ কয়লা কঢ়িওৱা দুখন ট্ৰাক জব্দ। মহানগৰ আৰক্ষী আৰু যোৰাবাট আৰক্ষীয়ে যুটীয়া অভিযানত জব্দ কয়লা ভৰ্তি ট্ৰাক দুখন। নথি পত্ৰ অবিহনে কয়লা কঢ়িওৱা বাবে ট্ৰাক দুখন জব্দ কৰে আৰক্ষীয়ে।

Conclusion:জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS 01 CC 4534 আৰু BR 10 G 3780। আৰক্ষীয়ে ট্ৰাক দুখনৰ দুজন চালকক গ্ৰেপ্তাৰ। চালক দুজন চিকণ্ডৰ সিঙ আৰু চামেদ খান।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.