ETV Bharat / state

ভৰলুত খহি পৰিল বৃহৎ গছ

গছজোপাক নদীৰ পৰা উলিয়াবলৈ দুখন ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছে যদিও এই পৰ্যন্ত লৈ গছজোপাক উলিয়াব পৰা নাই । নিশা অহা ধুমুহা বৰষুণৰ ফলত নদীত খহি পৰিছিল গছজোপা ।

author img

By

Published : May 5, 2019, 11:05 AM IST

ভৰলুত খহি পৰিল বৃহৎ গছ

গুৱাহাটী , 5 মে' :ভৰলুমুখৰ হাৰিয়ানা ভৱনৰ সন্মুখত খহি পৰিল এজোপা গছ ৷ খহি পৰা গছজোপাই বাধাৰ সৃষ্টি কৰিছে ভৰলু নৈৰ পানী বৈ যোৱাত ।

ভৰলুত খহি পৰিল বৃহৎ গছ

লগতে পঢ়ক : গুৱাহাটী পালেহি সতীৰ্থৰ গুলীত নিহত হোৱা দুই আৰক্ষী বিষয়াৰ নশ্বৰদেহ

গছজোপাক নদীৰ পৰা উলিয়াবলৈ দুখন ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছে যদিও এই পৰ্যন্ত গছজোপাক উলিয়াব পৰা হোৱা নাই । শনিবাৰে নিশা অহা ধুমুহা বৰষুণৰ ফলত নদীত খহি পৰিছিল গছজোপা ।

A_GHY_802_05MAY_TREE_FELL_INTU_THE_RIVER_VISUAL_ASRAR

ভৰলুমুখৰ হাৰিয়ানা ভৱনৰ সন্মুখত এটা বৃহৎ গছ খহি পৰাৰ ফলত ভৰলু নৈৰ পানী বৈ যোৱাত বহুত বাধাৰ সৃষ্টি হৈছে । এই গছজোপাক নদীৰ পৰা উলিয়াবলৈ দুখন ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছে যদিও এই পৰ্যন্ত লৈ গছজোপাক উলিয়াব পৰা নাই । জানিব পৰা মতে যোৱা নিশা অহা ধুমুহা বৰষুণৰ ঐই গছজোপা নদীত খহি পৰিছিল ।
Visual at FTP

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.