ETV Bharat / state

ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

author img

By

Published : May 28, 2022, 8:50 PM IST

যাত্ৰীবাহী বাছৰ কৰ্মচাৰীৰ প্ৰাপ্য অধিকাৰ আৰু আৰ্থিক সুৰক্ষাৰ বাবে শনিবাৰে ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত প্ৰতিবাদ সাব্যস্ত কৰে মটৰ শ্ৰমিক ইউনিয়নৰ সদস্যসকলে । শ্ৰমিক-কৰ্মচাৰী সকলে তেওঁলোকে সন্তানৰ শিক্ষা, চিকিৎসা ব্যৱস্থাকে ধৰি বিভিন্ন দাবী উল্থাপন কৰে ।

ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ
ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

ৰঙিয়া, 28 মে': লকডাউনৰ সময়ত ৰঙিয়া মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ দুই শতাধিক সদস্যৰ মাজত মাত্ৰ সাত গৰাকীয়েহে চৰকাৰী সাহাৰ্য লাভ কৰাৰ প্ৰতাবাদত আজি ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।

ৰঙিয়া-দৰঙা পথৰ বাছ সেৱা বন্ধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । যাত্ৰীবাহী বাছৰ কৰ্মচাৰীৰ প্ৰাপ্য অধিকাৰ আৰু আৰ্থিক সুৰক্ষাৰ বাবে শনিবাৰে ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত প্ৰতিবাদ সাব্যস্ত কৰে মটৰ শ্ৰমিক ইউনিয়নৰ সদস্যসকলে ।

ৰঙিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

এইক্ষেত্ৰত পৰিবহণ কৰ্মচাৰীৰ প্ৰাপ্য অধিকাৰ আৰু আৰ্থিক সুৰক্ষাৰ বিৰুদ্ধেও সদস্যসকলে আক্ষেপ প্ৰকাশ কৰে । শ্ৰমিক-কৰ্মচাৰী সকলে তেওঁলোকে সন্তানৰ শিক্ষা, চিকিৎসা ব্যৱস্থাকে ধৰি বিভিন্ন দাবী উল্থাপন কৰে ।

লগতে পঢ়ক: Haj pilgrimage begins on June 4: ঐক্য সেনা অসমৰ উদ্যোগত শিৱসাগৰত হজ যাত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.