ETV Bharat / state

আমচাঙক মুকলি মহানগৰীত আতংকৰ সৃষ্টি কৰা গজৰাজক

মঙলবাৰে গুৱাহাটীৰ ব্যস্ত ৰাজপথত বিচৰণ কৰিছিল বন্যহস্তীটোৱে ৷ মহানগৰীৰ জি এচ ৰ'ডত বন্যহস্তীৰ বিচৰণকলৈ  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল

TRANQUILIZED
author img

By

Published : May 1, 2019, 12:35 PM IST

গুৱাহাটী , 1 মে' : বনবিভাগে অৱশেষত আমচাং বনাঞ্চলত এৰি দিলে মহানগৰীত আতংক সৃষ্ঠি কৰা হাতীটো। বনবিভাগৰ লোকে ট্ৰাকেৰে নি বনাঞ্চলত এৰি দিয়ে বন্যহস্তীটো।

আমচাঙক মুকলি মহানগৰীত আতংকৰ সৃষ্টি কৰা গজৰাজক

লগতে পঢ়ক : মহানগৰীৰ ৰাজপথত গজৰাজৰ মুক্ত বিচৰণ

মঙলবাৰে গুৱাহাটীৰ ব্যস্ত ৰাজপথত বিচৰণ কৰিছিল বন্যহস্তীটোৱে ৷ মহানগৰীৰ জি এচ ৰ'ডত বন্যহস্তীৰ বিচৰণকলৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ আমচাং সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই আহিছিল হাতীটো ৷ মঙলবাৰে পুৱাৰ ভাগত ছয়মাইল,পাঞ্জাবাৰীত বিচৰণ কৰা হাতীটোৱে বিয়লি ৰাজপথলৈ ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ বুধবাৰে বনবিধভাগৰ লোকে ট্ৰেংকুলাইডজ কৰি আমচাঙত এৰি দিয়ে গজৰাজক ৷

Intro:অৱশেষত আমচাং বনাঞ্চলত এৰি দিলে মহানগৰীত উপদ্ৰৱ চলোৱা হাতীটো। বনবিভাগৰ লোকে ট্ৰাকেৰে নি বনাঞ্চলত এৰি দিয়ে বন্যহস্তীটো। পুৱাই ৰাজ্যিক চিৰিয়াখানাত আৱদ্ধ কৰিছিল বন্যহস্তীটোক। তাৰ পিছতেই বনবিভাগৰ লোকে ট্ৰেংকুলাইছ কৰি এনেদৰেই আমচাঙত এৰি দিয়ে গজৰাজক। Body:কালিৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত ঘুৰি ফুৰিছিল হাতীটোৱে। Conclusion:Hirul Haque....guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.